চাৰিটা দশকৰ ফচলঃ গল্প আৰু প্রবন্ধ – হোমেন বৰগোহাঞি ( ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ )
চাৰিটা দশকৰ ফচলঃ উপন্যাস সমগ্র – হোমেন বৰগোহাঞি ( ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ )
চাওলুং ছ্যুকাফা- পুষ্প গগৈ (কিৰণ প্রকাশন,ধেমাজি)
পাটকাইৰ ইপাৰে মোৰ দেশ – চন্দনা গোস্বামী( চন্দ্র প্রকাশ )
সীমাৰ পৰিধি ভেদি- লক্ষ্মীনন্দন বৰা (বুক হাইভ্)
অগ্রগামিনী- নিৰুপমা বৰগোহাঞি (ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ )
বিজ্ঞানী হোৱাৰ সপক্ষে এশটা যুক্তি –অনুবাদ জয়ন্তী চুতীয়া (ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ )
নতুন পুৰুষে যুক্তিৰ আধাৰত নতুন সমাজ গঢ়ক-কনকসেন ডেকা (বনলতা)
জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি (প্রথম খণ্ড)-অনিমা গুহ (বনফুল প্রকাশন)
ঐতিহ্য আৰু ইতিহাস (অমলেন্দু গুহ অভিনন্দন গ্রন্থ) –জার্ণাল এম্প’ৰিয়াম
সন্ধিক্ষণত মানুহ-দিগন্ত ওজা (গ্রন্থ)
সপোনৰ দিকচৌ বনত-হীৰেণ গোহাঁই (জ্যোতি প্রকাশন)
তাই-আহোম জনগোষ্ঠী আৰু পৰপম্পৰা-বীৰেন্দ্র কুমাৰ গোহাঁই (অপৰূপা পাব্লিচিং হাউচ)
ইংলেণ্ডৰ ডায়েৰী-ইছমাইল হোছেইন (বনলতা)
জীৱন আৰু নষ্ট নীতিবাগীশ-ৰিপুঞ্জয় গগৈ (আখৰ প্রকাশ)
স্বপ্নসন্ধানী (হেমেন্দ্র প্রসাদ বৰুৱা জীৱনভিতিক প্রবন্ধ-সংকলন)-সম্পাদনা : অৰুণ শর্মা (বনলতা)
ডিব্রুগড় বিশ্ববিদ্যালয়ৰ প্রেমৰ গল্প- সম্পাদনা: লক্ষীনন্দন বৰগোহাঞি,প্রণৱ ভাজনী (বনলতা)
আভা গার্ডেনাৰৰ আবেলি- মামনি ৰয়ছম গোস্বামী (বনলতা)
প্লেটফর্মত এতিয়া কোনো নাই-প্রার্থনা শইকীয়া (আঁক-বাক)
জীৱনক ভাল পাবলৈ শিকো আহক- কুমুদ দাস (কল্যাণী বুক ষ্টল)
প্রিয় বন্ধু তোমালৈ- মাইনী মহন্ত (বনলতা)
দেশ-দেশান্তৰৰ কাহিনী-মুকুল শর্মা (বনলতা)
অসমৰ আধুনিক শিল্পকলাৰ ইতিহাস :এক ৰেঙণি- সম্পাদনা:পুষ্প গগৈ (সপ্ততিতম অসম সাহিত্য সভাৰ ধেমাজি অধিৱেশন)
কানাডা মোৰ কর্মভূমি কিন্তু অসম মোৰ জন্মভূমি-নয়নানন্দ বৰঠাকুৰ (ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ )
পপীয়া তৰাৰ সাধু-ৰীতা চৌধুৰী (জ্যোতি প্রকাশন)
আকাশ এপার্টমেণ্ট-নীলিম কুমাৰ (বনলতা)
অসমৰ লোক সংস্কৃতিৰ ৰূপৰেখা-উমেশ চেতিয়া (কিৰণ প্রকাশন,ধেমাজি)
নিষিদ্ধ-আকাশীতৰা (আখৰ প্রকাশ)
কিতাপৰ পৰা সাৱধান-সমুদ্রগুপ্ত কাশ্যপ (অসম বুক হাইভ)
বাটে ঘাটে নিভৃতে-গৌতম প্রসাদ বৰুৱা (বনলতা)
ৰহস্যময় বিষাদ আৰু যন্ত্রণা- হোমেন বৰগোহাঞি ( ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ )
আত্মকথা-কুলেন্দু পাঠক (জিজ্ঞাস প্রকাশন)
মন গংগাৰ তীৰত-সবিতা গোস্বামী (অন্বেষা)
থাইলেণ্ডৰ মিঠা সোঁৱৰণি-প্রাতসলতা বুঢ়াগোহাঞি (দঞিছেং পাব্লিকেশ্বন,ধেমাজি)
সেউজীয়া চীন-কৰবী ডেকা হাজৰিকা (কিৰণ প্রকাশন,ধেমাজি)
ডিবুৰুৱে ৰিঙিয়াই-সুজাতা গোহাঁই বৰুৱা (ফ্রেণ্ডচ্ পাব্লিকেশ্যনছ,ডিব্রুগড়)
বন্দিত ভূপেনদা নিন্দিত ভূপেন হাজৰিকা-লোকনাথ গোস্বামী (আঁক-বাক)
মোৰ কর্ম আৰু জীৱন-মহেন্দ্রনাথ বৰা
অনুৰাধা শর্মা পূজাৰীৰ ডায়েৰি (জ্যোতি প্রকাশন)
ডা0 ম্যান হোৱান কিমৰ প্রেছক্রিপশ্যন-পার্থপ্রদীপ বৰা (আঁক-বাক)
অমৃষা-লীনা শর্মা (জ্যোতি প্রকাশন)
ভালপোৱাৰ জয়গান-ফণীন্দ্র কুমাৰ দেৱ চৌধুৰী (বনলতা)
ডিব্রুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী- জুৰী বৰা বৰগোহাঞি (বনলতা)
শিপাৰ সন্ধান-ইঞ্জিনিয়াৰ জাকিৰ হুছেইন (জার্ণেলিষ্ট ফেডাৰেচন অব্ অসম)
অন্য পুৰুষ অন্য নাৰী- সম্পাদনা:প্রদীপ পূজাৰী,উৎপল দত্ত (বনলতা)
অৰুন্ধতী-মণিকুন্তলা ভট্রাচার্য (জ্যোতি প্রকাশন)
সম্পাদক-নীলিমা দত্ত( ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ )
তৃতীয় বিশ্বৰ তিনিখন দেশত-ৰোহিণী কুমাৰ বৰুৱা (অন্বেষা)
হেঙুল আকাশ,ক’লা চাইকেল,এজন আৰোহী- হীৰেণ গোহাঁই (বনলতা)
সপোনৰ খোজ (তুলসী নাৰায়ণ শর্মাৰ জীৱনী)-শাংকব কৌশিক বৰুৱা
অসমৰ সংবাদ পত্র আৰু সাংবাদিকতা- উমেশ চেতিয়া (কিৰণ প্রকাশন,ধেমাজি)
সাতোটা দশকৰ অসমৰ চলচ্চিত্র (১৯৩৫-২০০৬)-পবিত্র কুমাৰ ডেকা (ৰূপকাৰ চিনে এণ্টাৰপ্রাইজ)
মোৰ হৃদয় এখন যুদ্ধক্ষেত্র-হোমেন বৰগোহাঞি ( ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ )
শব্দৰ দাপোণত জীৱনৰ বর্ণিম জলধাৰা-গায়ত্রী গগৈ (কৌস্তুভ প্রকাশন)
৩০ অক্টোবৰ ২০০৮-লাচিত বর্মন (আখৰ প্রকাশ)
ছাংপোৰ পৰা ব্রহ্মপুত্রলৈ-মৃণাল তালুকদাৰ (নন্দ তালুকদাৰ ফাউণ্ডেচন)
অসমীয়া আখৰ-জোঁটনিৰ কথা-শিৱনাথ বর্মন (প্রিয়বালা প্রকাশন,তিনিচুকীয়া)
পিৰামিডৰ দেশত-সুনীল কুমাৰ শইকীয়া (বনলতা)
মোৰ আমেৰিকা ভ্রমণৰ সুমধুৰ সোঁৱৰণী-অঞ্জলী বৰকাকতী (প্রবোধ চন্দ্র বৰকাকতী,গোলাঘাট)
গুৱাহাটি ইউনিভার্চিটি-উর্মিলা দলে (কিৰণ প্রকাশন,ধেমাজি)
অৱনী কুমাৰ শর্মাৰ কথা আৰু চিন্তা-সম্পাদনা: পেইম থি গোঁহাই ।
মাজুলীৰ জিলিঙনি-হীৰেণ গোহাঁই(বনলতা)
বিজ্ঞান সাহিত্য -সম্পাদনা: উমাকান্ত শর্মা(আদৰণী-সমিতি ,অসম সাহিত্য সভাৰ সপ্ততিতম ধেমাজি-অধিৱেশন ২০০৯)
অৰণ্য আদিম-দিলীপ চন্দন
এই মহানগৰ-খনীন্দ্র কুমাৰ ডেকা (সভ্যতা)
অভিনন্দন মিহিৰকান্ত বৰুৱা - সম্পাদনা:দীপালী ভট্রাচার্য বৰুৱা
মুখাৰ আঁৰৰ মুখ-অনিল মজুমদাৰ
অভিলাষী যাত্রা-জুৰি বৰা বৰগোহাঞি (বনলতা)
এদিম ছেদিম বাই….-পার্থপ্রদীপ বৰা (শিল্প প্রকাশন,শিৱসাগৰ)
প্রথম আঁক-বাঁক- পার্থপ্রদীপ বৰা (আঁক-বাক)
জীৱন:অসমাপ্ত পানীচিত্র- পার্থপ্রদীপ বৰা (নাটকথা, শিৱসাগৰ)
অর্ণৱ আৰু প্রস্তৰৰ গান পার্থপ্রদীপ বৰা (বীণা প্রকাশন, শিৱসাগৰ)
তুমি নৈ হৈ ব’বলে পৰা-অর্চনা বৰুৱা (অনন্যা প্রকাশ)
ধেমাজি বুৰঞ্জী- উমেশ চেতিয়া (কিৰণ প্রকাশন,ধেমাজি)
কটন কলেজৰ হাজাৰ সন্ধিয়া-প্রণৱ কুমাৰ বর্মন (বৃষ্টি)
কিতাপ পঢ়াৰ আনন্দ- হোমেন বৰগোহাঞি (ভাৰতী বুক ষ্টল,গোলাঘাট)
মৰমৰ দেউতা-ভবেন্দ্র নাথ শইকীয়া (নয়নতৰা প্রকাশন)
নাং-ফা- জুৰী বৰা বৰগোহাঞি (বনলতা)
আলেকজান বানুৰ জান – অৰূপা পটঙ্গীয়া কলিতা (লয়ার্ছ বুক ষ্টল)
প্রফেচাৰ বৰুৱাৰ চিঠি-বিৰিঞ্চি কুমাৰ বৰুৱা (জার্ণাল এম্প’ৰিয়াম)
নিবেদিতা গার্লছ্ হোষ্টল-প্রভাত গোস্বামী (ইতিহাস প্রিণ্টার্চ এণ্ড পাব্লিচার্ছ)
কৃতজ্ঞতা প্রকাশ-অৰুণ গোস্বামী (চন্দ্র প্রকাশ)
চিনাকি বস্তুৰ ভিতৰৰ কথা – ৰমেশ চন্দ্র গোস্বামী (অসম বিজ্ঞান সমিতি)
জীৱনী-মালা- সতীশ চন্দ্র কাকতী (লয়ার্ছ বুক ষ্টল)
সুৰভি-লক্ষ্মীনাথ বেজবৰুৱা (সাহিত্য-প্রকাশ)
নাৰীবাদৰ নৰক-অর্ণৱ জান ডেকা
নৈশক্লবত বিগতযৌৱনা- অর্ণৱ জান ডেকা
মোৰ শিক্ষা আৰু মোৰ শিক্ষক-দিলীপ কুমাৰ দত্ত (বনলতা)
এদিনৰ ডায়েৰি-হোমেন বৰগোহাঞি ( ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ )
অনুৰাধাৰ দেশ-ফণীন্দ্র কুমাৰ দেৱচৌধুৰী (বাণী প্রকাশ প্রাইভেট লিমিটেড)
আপোনজনৰ ঠিকনা-জুৰী বৰা বৰগোহাঞি (বনলতা)
অকস্মাৎ এক আবেলি- অর্ণৱ জান ডেকা
আমেৰিকান চৰাইখানাত সংবাদ বসন্ত আৰু বন্ধু-অনুৰাধা শর্মা পূজাৰী (বনলতা)
সাহিত্যাচার্য যতীন্দ্রনাথ গোস্বামী জীৱন আৰু সাধনা - সম্পাদক :প্রফুল্ল চন্দ্র বৰা (ৰ’দালি প্রকাশন , যোৰহাট)
অপ্সৰা গৃহ –মামণি ৰয়ছম গোস্বামী ( ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ )
মাজুলীত এতিয়া গধূলি-দিলীপ চন্দন ( শিক্ষা সাৰথি প্রকাশন)
হোমেন বৰগোহাঞি স্ব-নির্বাচিত ৰচনা (অর্থাৎ)
কিতাপ,মাহুহ আৰু প্রকৃতিৰ সংগত– হোমেন বৰগোহাঞি ( ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ )
মই যেতিয়া ক্লান্ত হওঁ– হোমেন বৰগোহাঞি ( ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ )
কাম কৰাৰ আনন্দ– হোমেন বৰগোহাঞি ( ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ )
প্রজ্ঞা-কুলেন্দু পাঠক (জিজ্ঞাস প্রকাশন)
জীৱন ডট্ কম্-মনোজ কুমাৰ গোস্বামী (চিন্তামণি প্রকাশন)
আখ্যানৰ আঁৰৰ আমেৰিকা-হীৰেণ গোহাঁই (পদাতিক প্রকাশন)
লস্ত্ লাগিজ্-হীৰেণ গোহাঁই ( জ্যোতি প্রকাশন)
কলকাতাৰ বেশ্যা দিল্লীৰ বৰষুণ –প্রণৱ কুমাৰ বর্মন (আখৰ প্রকাশ)
আপুনিও কোটিপতি হ’ব পাৰে-গৌতম প্রসাদ বৰুৱা (বনলতা)
মিতব্যয়িতা আৰু সঞ্চয়-গৌতম প্রসাদ বৰুৱা (বনলতা)
জ্ঞান সম্পদৰো মূল-গৌতম প্রসাদ বৰুৱা (বনলতা)
আহোমসকলৰ উৎসৱ-অনুষ্ঠান-সুখ বৰুৱা (কল্পতৰু প্রকাশন)
স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম– হোমেন বৰগোহাঞি ( ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ )
তাই-আহোমৰ ধর্মীয় সাংস্কৃতিক ৰূপৰেখা আৰু অন্যান্য ঐতিহ্য-চন্দ্রধৰ চমুৱা (পূর্বফঞ্চল তাই-সাহিত্য সভাৰ হৈ সঙ্গীতা গগৈ)
আমেৰিকাক বিচাৰি-প্রদীপ্ত বৰগোহাঞি ( ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ )
সুৰৰ নিজৰা বিচাৰি-অৰৃপ কুমাৰ শর্মা
জিজ্ঞাসা– হোমেন বৰগোহাঞি ( ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ )
মিতব্যয়িতা-ছেমুৱেল স্মাইলছ্: অনুবাদক-প্রফুল্ল কটকী ( ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ )
আস্থা আৰু অভিজ্ঞতা-নর্মেন ভিনচেন্ট পীলে : অনুবাদক-প্রফুল্ল কটকী ( ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ )
আত্মোকৎর্ষ : বৌদ্ধিক,শাৰীৰিক আৰু নৈতিক-জন ষ্টুৱার্ট ব্লেকি : অনুবাদক-প্রফুল্ল কটকী (জ্যোতি প্রকাশন)
শঙ্কৰদেৱ বিশ্বশ্রেষ্ঠ নহ’ব কিয়?ইছমাইল হোছেইন
দুখবোৰ নিশা হৈ বাগৰে-দীপশিখা দিহিঙ্গীয়া
এহেজাৰ এটা সাধু: সংকলক সম্পাদক-নৱ কলিতা,নিবেদিতা বড়া সন্দিকৈ (কিৰণ প্রকাশন,ধেমাজি)
i-কথা-দেৱজ্যোতি বৰা (ইউনিকা প্রকাশন,যোৰহাট)
e- কথা-দেৱজ্যোতি বৰা (ইউনিকা প্রকাশন,যোৰহাট)
net-ৰ অলিয়ে-গলিয়ে- দেৱজ্যোতি বৰা (ইউনিকা প্রকাশন,যোৰহাট)
ব্যক্তিগত কম্পিউটাৰৰ পূর্ণাংগ ব্যাৱহাৰিক পাঠ - দেৱজ্যোতি বৰা (ইউনিকা প্রকাশন,যোৰহাট)
সকলোৰে বাবে ইণ্টাৰনেট - দেৱজ্যোতি বৰা (ইউনিকা প্রকাশন,যোৰহাট)
গ্রাফিক্স ডিজাইনাৰৰ ব্যাৱহাৰিক হাতপুথি- দেৱজ্যোতি বৰা (ইউনিকা প্রকাশন,যোৰহাট)
ডি.টি.পি. অপাৰেটৰৰ পূর্ণাংগ ব্যাৱহাৰিক হাতপুথি- দেৱজ্যোতি বৰা (ইউনিকা প্রকাশন,যোৰহাট)
হীৰেন গোহাঁই ৰচনাৱলী :প্রথম খণ্ড:বিষয় সাহিত্য –শোণিত বিজয় দাস আৰু মুনীন বায়নৰ সম্পাদিত(কথা)
মোক পৱিত্র কৰা- ফণীন্দ্র কুমাৰ দেৱ চৌধুৰী (বনলতা)
সন্দিকৈ কলেজ-প্রণৱ কুমাৰ বর্মন (কল্যাণী বুক ষ্টল)
বনশাক আৰু ইয়াৰ ব্যৱহাৰ-জুৰী বৰা বৰগোহাঞি, লক্ষীনন্দন বৰগোহাঞি (বনলতা)
শৰীৰ আৰু হৃদয়- হোমেন বৰগোহাঞি ( ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ )
--
আপুনি এই ই-পত্ৰ গুগ'ল দল "শব্দ সংঘ - XOBDO.ORG"- নামভৰ্তি কৰাৰ কাৰণে পাইছে৷ এই দললৈ চিঠি পঠিয়াবলৈ xo...@googlegroups.com লৈ ই-পত্ৰ পঠিয়াওক৷ এই দলৰ পৰা বাহিৰ হবলৈ xobdo-un...@googlegroups.com লৈ ই-পত্ৰ প্ৰেৰণ কৰক৷ অন্য বিষয়ে দলৰ আন্ত:জাল http://groups.google.com/group/xobdo?hl=as লৈ আহঁক৷