অসমীয়া ভাষাত প্রকাশিত বাতৰি কাকত আৰু আলোচনীবোৰৰ কিমান কপি ছপা হয় ?

191 views
Skip to first unread message

Buljit Buragohain

unread,
May 9, 2011, 9:33:31 AM5/9/11
to XOBDO groups

আমাৰ ৰাজ্যখনৰ পৰা অসমীয়া ভাষাত প্রকাশিত  দৈনিক/ অর্ধ-সাপ্তাহিক/ সাপ্তাহিক বাতৰি কাকত আৰু মাহেকীয়া/পষেকীয়া আলোচনীবোৰৰ কিমান কপি ছপা হয় বাৰু? তাৰ শুদ্ধ তথ্য জানে নেকি? যদি জানে ক’ব নে?

যেনে: অসমীয়া খবৰ,অসমীয়া প্রতিদিন,আজি,আজিৰ অসম,আজিৰ দৈনিক বাতৰি,আমাৰ অসম,এদিনৰ সংবাদ,জনসাধাৰণ,দৈনিক অগ্রদূত,দৈনিক অসম,দৈনিক জনমভূমি,দৈনিক বাতৰি কাকত,দৈনিক প্রতিবেদন,নিয়মীয়া বার্তা,গণ অধিকাৰ, অসম বাণী, সাদিন, অগ্রদূত, জনমভূমি,জিজ্ঞাস, দলিত অসম, ভৱিষ্যৎ, অসমীয়া আমি,অসমীয়া  গণমত,গৰীয়সী,প্রান্তিক,সাতসৰী,ৰহস্য,প্রিয় সখী,নন্দিনী,বিজ্ঞান জেউতি,বার্তাপখিলী,মায়া,স্বাস্থ্য,সপৰিবাৰ,মাহেকীয়া কেৰিয়াৰ গাইড, জন্ম,প্রতিশ্রুতি,স্বর্ণলিপি,অংগনা, নতুন আৱিষ্কাৰ,মৌচাক,ৰংমন,সঁফুৰা,সৃজন,ৰংমেলা আদি

Syeda Mafruja Hassan

unread,
May 9, 2011, 11:30:09 AM5/9/11
to xo...@googlegroups.com
Bichurit Barnali,Gana sakti you can add. No. of copies printed is confidential from the owner's end.

Mafruja

2011/5/9 Buljit Buragohain <bul...@gmail.com>

আমাৰ ৰাজ্যখনৰ পৰা অসমীয়া ভাষাত প্রকাশিত  দৈনিক/ অর্ধ-সাপ্তাহিক/ সাপ্তাহিক বাতৰি কাকত আৰু মাহেকীয়া/পষেকীয়া আলোচনীবোৰৰ কিমান কপি ছপা হয় বাৰু? তাৰ শুদ্ধ তথ্য জানে নেকি? যদি জানে ক’ব নে?

যেনে: অসমীয়া খবৰ,অসমীয়া প্রতিদিন,আজি,আজিৰ অসম,আজিৰ দৈনিক বাতৰি,আমাৰ অসম,এদিনৰ সংবাদ,জনসাধাৰণ,দৈনিক অগ্রদূত,দৈনিক অসম,দৈনিক জনমভূমি,দৈনিক বাতৰি কাকত,দৈনিক প্রতিবেদন,নিয়মীয়া বার্তা,গণ অধিকাৰ, অসম বাণী, সাদিন, অগ্রদূত, জনমভূমি,জিজ্ঞাস, দলিত অসম, ভৱিষ্যৎ, অসমীয়া আমি,অসমীয়া  গণমত,গৰীয়সী,প্রান্তিক,সাতসৰী,ৰহস্য,প্রিয় সখী,নন্দিনী,বিজ্ঞান জেউতি,বার্তাপখিলী,মায়া,স্বাস্থ্য,সপৰিবাৰ,মাহেকীয়া কেৰিয়াৰ গাইড, জন্ম,প্রতিশ্রুতি,স্বর্ণলিপি,অংগনা, নতুন আৱিষ্কাৰ,মৌচাক,ৰংমন,সঁফুৰা,সৃজন,ৰংমেলা আদি

--
আপুনি এই ই-পত্ৰ গুগ'ল দল "শব্দ সংঘ - XOBDO.ORG"- নামভৰ্তি কৰাৰ কাৰণে পাইছে৷ এই দললৈ চিঠি পঠিয়াবলৈ xo...@googlegroups.com লৈ ই-পত্ৰ পঠিয়াওক৷ এই দলৰ পৰা বাহিৰ হবলৈ xobdo-un...@googlegroups.com লৈ ই-পত্ৰ প্ৰেৰণ কৰক৷ অন্য বিষয়ে দলৰ আন্ত:জাল http://groups.google.com/group/xobdo?hl=as লৈ আহঁক৷

Reply all
Reply to author
Forward
0 new messages