“বিজ্ঞান” ভাষা: অসমীয়া
জালস্থান: www.bigyan.org
১) অসমীয়াত বিজ্ঞান চৰ্চাৰ উৎসাহ যোগোৱা৷
২) ই-জগতত অসমীয়া সমল বৃদ্ধি কৰা৷
৩) অসমীয়া বৈজ্ঞানিক শব্দ প্ৰচাৰ আৰু জনপ্ৰিয় কৰা৷
৪) ছাত্ৰ – ছাত্ৰী আৰু সাধাৰণ মানুহৰ মাজত বিজ্ঞানৰ ন-ন বতৰা বিলোৱা৷
দুমাহেকীয়া (অক্টোবৰ, ডিচেম্বৰ, ফেব্ৰুৱাৰী, এপ্ৰিল, জুন, আগষ্ট), প্ৰথম প্ৰকাশ: ০১-অক্টোবৰ-২০১৪
প্ৰকৃতি (জীৱ বিজ্ঞান, ভূবিজ্ঞান, পদাৰ্থ বিজ্ঞান, ৰসায়ন, মহাকাশ আদি প্ৰকৃতিৰ বিচিত্ৰসমূহ)
কিয়-কেনেকৈ (দৈনন্দিন জীৱনত আমি সদায় দেখা পৰিঘটনা কিয় হয়, বিভিন্ন যন্ত্ৰ-পাতিয়ে কেনেকৈ কাম কৰে আদি)
প্ৰযুক্তি (আমোদজনক অত্যাধুনিক প্ৰযুক্তিৰ বিষয়ে)
চমুটোকা (বিভিন্ন বিষয়ৰ সৰু সৰু প্ৰবন্ধ – ১০০ শব্দৰ ভিতৰত)
প্ৰশ্নোত্তৰ (কোনোবাই কোনো বিজ্ঞান বিষয়ৰ প্ৰশ্ন সুধিলে, তাৰ উত্তৰ দিবলৈ চেষ্টা কৰা হ’ব)
প্ৰথম প্ৰকাশৰ বাবে প্ৰবন্ধ জমা কৰাৰ শেষ দিন: ১৫-চেপ্তেম্বৰ-২০১৪
প্ৰৱন্ধ আদি এই ই-ঠিকনাত পঠিয়াই যেন: bigyan...@gmail.com
--
--
আপুনি এই ই-পত্ৰ গুগ'ল দল "শব্দ সংঘ - XOBDO.ORG"- নামভৰ্তি কৰাৰ কাৰণে পাইছে৷ এই দললৈ চিঠি পঠিয়াবলৈ xo...@googlegroups.com লৈ ই-পত্ৰ পঠিয়াওক৷ এই দলৰ পৰা বাহিৰ হবলৈ xobdo-un...@googlegroups.com লৈ ই-পত্ৰ প্ৰেৰণ কৰক৷ অন্য বিষয়ে দলৰ আন্ত:জাল http://groups.google.com/group/xobdo?hl=as লৈ আহঁক৷
---
You received this message because you are subscribed to the Google Groups "শব্দ সংঘ - XOBDO" group.
To unsubscribe from this group and stop receiving emails from it, send an email to xobdo+un...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.