উপেন্দ্ৰনাথ গোস্বামীয়ে '-কেই' ৰূপটো মধ্যপ্ৰত্যয় বুলি উল্লেখ কৰিছে। আৰু
তোমাৰ এখন পেপাৰ
A Suffix-based Noun and Verb Classifier for an Inflectional Language
টো মই পাইছোঁ তুমিও -কেই' infix বুলি কৈছা। কিন্তু অসমীয়া ভাষাহে নালাগে
ভাৰতীয় আৰ্য্য ভাষাৰ কোনো ভাষাতেই infix নাই। infix হ'বলৈ হ'লে মুল
শব্দটো ভাঙি তাৰ মাজত সোমাব লাগিব আৰু অৰ্থ বেলেগ হ'ব লাগিব। গোলোকচন্দ্ৰ
গোস্বামীয়েও ইয়াক infix বুলিয়েই উল্লেখ কৰিছে। যেনে-
ল'ৰাকেইজন.....ইয়াত -কেই infix হ'বলৈ হ'লে ল'ৰা মূল শব্দটো ভাঙি তাৰ
মাজত সোমাব লাগিব।
অসমীয়া ভাষাত -কেই এটা suffix হে।
জাহ্নৱী.
> --
> আপুনি এই ই-পত্ৰ গুগ'ল দল "শব্দ সংঘ - XOBDO.ORG"- নামভৰ্তি কৰাৰ কাৰণে পাইছে৷
> এই দললৈ চিঠি পঠিয়াবলৈ xo...@googlegroups.com লৈ ই-পত্ৰ পঠিয়াওক৷ এই দলৰ পৰা
> বাহিৰ হবলৈ xobdo-un...@googlegroups.com লৈ ই-পত্ৰ প্ৰেৰণ কৰক৷ অন্য
> বিষয়ে দলৰ আন্ত:জাল http://groups.google.com/group/xobdo?hl=as লৈ আহঁক৷
>
--
Jahnobi kalita
ldc-il(linguistic data consortium for indian languages)
ciil,Mysore
karanataka.
ভাল বিষয় এটা আলোচনাৰ মেজলৈ আনিছা। ভাৰতীয় আৰ্য্য ভাষাৰ মূল ভাষাত
মধ্যপ্ৰত্যয় থকাৰ উল্লেখ তলৰ সংযোগ(লিংক)কেইটাৰ পৰা পাব পাৰি।
১. http://en.wikipedia.org/wiki/Sanskrit
২. http://ling.uni-konstanz.de/pages/home/butt/main/papers/utrecht01-hnd.pdf
৩. http://acharya.iitm.ac.in/sanskrit/offline/lesson10.pdf
৪. http://www.wordswarm.net/dictionary/infix.html
ভাৰতীয় আৰ্য্য ভাষাৰ গাঠনিত ইংৰাজী এফিক্স(Affix) শব্দটোৰ শ্ৰেণীবিভাজন
কেনেকুৱা হব।
--
নৱ
On Apr 5, 3:57 pm, jahnobi kalita <jiu.jahn...@gmail.com> wrote:
> নৱ,
>
> উপেন্দ্ৰনাথ গোস্বামীয়ে '-কেই' ৰূপটো মধ্যপ্ৰত্যয় বুলি উল্লেখ কৰিছে। আৰু
> তোমাৰ এখন পেপাৰ
> A Suffix-based Noun and Verb Classifier for an Inflectional Language
> টো মই পাইছোঁ তুমিও -কেই' infix বুলি কৈছা। কিন্তু অসমীয়া ভাষাহে নালাগে
> ভাৰতীয় আৰ্য্য ভাষাৰ কোনো ভাষাতেই infix নাই। infix হ'বলৈ হ'লে মুল
> শব্দটো ভাঙি তাৰ মাজত সোমাব লাগিব আৰু অৰ্থ বেলেগ হ'ব লাগিব। গোলোকচন্দ্ৰ
> গোস্বামীয়েও ইয়াক infix বুলিয়েই উল্লেখ কৰিছে। যেনে-
> ল'ৰাকেইজন.....ইয়াত -কেই infix হ'বলৈ হ'লে ল'ৰা মূল শব্দটো ভাঙি তাৰ
> মাজত সোমাব লাগিব।
> অসমীয়া ভাষাত -কেই এটা suffix হে।
>
> জাহ্নৱী.
>
> On 4/5/11, Navanath Saharia <navanathsaha...@gmail.com> wrote:
>
>
>
> > ৰাইজ,
>
> > এই পত্ৰৰ লগত উপেন্দ্ৰ নাথ গোস্বামীদেৱৰ অসমীয়া ভাষাৰ ব্যাকৰণৰ পৰা
> > নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ পৃষ্ঠা চাৰিটা গাঁঠি দিয়া হল।
>
> > ইতি
>
> > --
> > নৱনাথ চহৰীয়া
>
> >http://www.tezu.ernet.in/~nlp/nava.htm
> >http://assamese-nlp.blogspot.com
>
> > -----------------------------------------------------------------------------------------
> > The word "Belief" is the most unbelievable word in the world
>
> > --
> > আপুনি এই ই-পত্ৰ গুগ'ল দল "শব্দ সংঘ - XOBDO.ORG"- নামভৰ্তি কৰাৰ কাৰণে পাইছে৷
> > এই দললৈ চিঠি পঠিয়াবলৈ xo...@googlegroups.com লৈ ই-পত্ৰ পঠিয়াওক৷ এই দলৰ পৰা
> > বাহিৰ হবলৈ xobdo-un...@googlegroups.com লৈ ই-পত্ৰ প্ৰেৰণ কৰক৷ অন্য
> > বিষয়ে দলৰ আন্ত:জালhttp://groups.google.com/group/xobdo?hl=asলৈ আহঁক৷
তুমি ঠিকেই কৈছা৷ অসমীয়া ভাষাত মধ্য-প্ৰত্যয় (infix) নাই৷
'-কেই'টোক মধ্য-প্ৰত্যয় বুলি ভাবিব নোৱাৰি কাৰণ ই কোনো শব্দৰ মূল ৰূপটো
ভাঙি মাজত নোসোমাই৷ ৰমেশ পাঠকে 'ব্যাকৰণ আৰু প্ৰাকৃতি বিজ্ঞান'ত Taglog
ভাষাৰ এটা মধ্য-প্ৰত্যয়ৰ উদাহৰণ দিছে যেনে-
gulay (সেউজীয়া শাক-পাচলি)
guin-lay (সেউজী-নীলা)
ইয়াত gulay শব্দটো ভাঙি মাজত -in- সোমাই শব্দৰ অৰ্থ পৰিৱৰ্তন কৰিছে৷
কিন্তু অসমীয়া ভাষাত এনেদৰে শব্দৰ মাজত সোমাই অৰ্থ পৰিৱৰ্তন কৰা প্ৰত্যয়
পোৱা নাযায়৷
-অঞ্জল
> বিষয়ে দলৰ আন্ত:জাল http://groups.google.com/group/xobdo?hl=as লৈ আহঁক৷
>
--
........................................................
Anjal Borah
Kamdewal, Sonitpur, Assam-784169
Webdunia.com (I) Pvt. Ltd, Indore, M.P
call- 09827447019
My Assamese Blogs-
http://anjalborah.blogspot.com/
http://anjal.bihu.in/
anjal thanks to u too.
jahnobi