এই শব্দবোৰৰ অর্থ কী

11 views
Skip to first unread message

Sushanta Kar

unread,
Feb 25, 2010, 2:14:22 PM2/25/10
to xo...@googlegroups.com

বন্ধু সকল,
এই শব্দবোৰৰ অর্থ কী?
দেদাউৰী পৰা, বডো ভাষাতঃ कुरमा , कुरमानी .

সুশান্ত কৰ
Click On :
~(1)~ http://sushantakar40.blogspot.com
~(2)~http://ishankonerkahini.blogspot.com/
 to Read My writings Or On :
~(1)~ http://pragyan06now.blogspot.com/  
~(2)~ http://sites.google.com/site/pragyan06now
   to read my edited Journal.
Swajatyer Ahomikar Theke Mukti Daner Sikshai Ajker Diner Pradhan Siksha: Rabindranath

Bikram M. Baruah বিক্ৰম ম. বৰুৱা

unread,
Feb 26, 2010, 12:51:09 AM2/26/10
to xo...@googlegroups.com
মই যিমান দউৰ জানো, 'দেদাউৰী পৰা' মানে 'চিঞৰি চিঞৰি গালি পৰা'
ধন্যবাদ,
বিক্ৰম

2010/2/25 Sushanta Kar <pragya...@gmail.com>:

> --
> আপুনি এই ই-পত্ৰ গুগ'ল দল "শব্দ সংঘ - XOBDO.ORG"- নামভৰ্তি কৰাৰ কাৰণে পাইছে|
> এই দললৈ চিধি পঠিয়াবলৈ xo...@googlegroups.com লৈ ই-পত্ৰ পঠিয়াওক| এই দলৰ পৰা
> বাহিৰ হবলৈ xobdo-un...@googlegroups.com লৈ ই-পত্ৰ প্ৰৰণ কৰক| অন্য
> বিষয়ে দলৰ আন্ত:জাল http://groups.google.com/group/xobdo?hl=as লৈ আহঁক|

--
Bikram M. Baruah
for XOBDO.ORG
বিক্ৰম ম বৰুৱা
শব্দ.সংঘ

Pallav Saikia

unread,
Feb 26, 2010, 3:10:09 AM2/26/10
to xo...@googlegroups.com
'দেদাউৰী পৰা' -ৰ মানেটো চাগে লগতে কষ্ট পাই চিঞৰাও হয়|  আমি ইয়াক ঠিক গালি পৰা অৰ্থত ব্যৱহাৰ কৰি পোৱা নাই| 'চিঞৰত গগন ফলা' কথাষাৰ ইয়াৰ সমাৰ্থক নেকি



2010/2/25 Bikram M. Baruah বিক্ৰম ম. বৰুৱা <bik...@xobdo.org>
মই যিমান দউৰ জানো, 'দেদাউৰী পৰা' মানে 'চিঞৰি চিঞৰি গালি পৰা'
ধন্যবাদ,
বিক্ৰম

2010/2/25 Sushanta Kar <pragya...@gmail.com>:
>
> বন্ধু সকল,
> এই শব্দবোৰৰ অর্থ কী?
> দেদাউৰী পৰা, বডো ভাষাতঃ कुरमा , कुरमानी .
>
> সুশান্ত কৰ
> Click On :
> ~(1)~ http://sushantakar40.blogspot.com
> ~(2)~http://ishankonerkahini.blogspot.com/
>  to Read My writings Or On :
> ~(1)~ http://pragyan06now.blogspot.com/
> ~(2)~ http://sites.google.com/site/pragyan06now
>    to read my edited Journal.
> Swajatyer Ahomikar Theke Mukti Daner Sikshai Ajker Diner Pradhan Siksha:
> Rabindranath
>
> --
> আপুনি এই ই-পত্ৰ গুগ'ল দল "শব্দ সংঘ - XOBDO.ORG"- নামভৰ্তি কৰাৰ কাৰণে পাইছে|
> এই দললৈ চিধি পঠিয়াবলৈ xo...@googlegroups.com লৈ ই-পত্ৰ পঠিয়াওক| এই দলৰ পৰা

> বাহিৰ হবলৈ xobdo-un...@googlegroups.com লৈ ই-পত্ৰ প্ৰৰণ কৰক| অন্য
> বিষয়ে দলৰ আন্ত:জাল http://groups.google.com/group/xobdo?hl=as লৈ আহঁক|



--
Bikram M. Baruah
for XOBDO.ORG
বিক্ৰম ম বৰুৱা
শব্দ.সংঘ

--
আপুনি এই ই-পত্ৰ গুগ'ল দল "শব্দ সংঘ - XOBDO.ORG"- নামভৰ্তি কৰাৰ কাৰণে পাইছে| এই দললৈ চিধি পঠিয়াবলৈ xo...@googlegroups.com লৈ ই-পত্ৰ পঠিয়াওক| এই দলৰ পৰা বাহিৰ হবলৈ xobdo-un...@googlegroups.com লৈ ই-পত্ৰ প্ৰৰণ কৰক| অন্য বিষয়ে দলৰ আন্ত:জাল http://groups.google.com/group/xobdo?hl=as লৈ আহঁক|

Biraj Kumar Kakati

unread,
Feb 26, 2010, 3:55:24 AM2/26/10
to xo...@googlegroups.com
সম্ভৱতঃ এইটো *ডেডাউৰি মাৰ্*
বা *ডেডাউৰি পাৰ্* হে হব লাগে ৷

পল্লৱদাই কোৱা কথাষাৰ সঁচা, ইয়াৰ সাধাৰণ অৰ্থ হৈছে - বৰকৈ চিঞৰা বা গোঁজৰ মৰা;

আমাৰ শব্দত এই শব্দটো আছে
http://www.xobdo.org/dic.php?w=ডেডাউৰিয়া&l=2


-------------------------------------------------------------------
বিৰাজ কুমাৰ কাকতি
শব্দ সংঘ


2010/2/26 Pallav Saikia <pall...@gmail.com>

--
আপুনি এই ই-পত্ৰ গুগ'ল দল "শব্দ সংঘ - XOBDO.ORG"- নামভৰ্তি কৰাৰ কাৰণে পাইছে| এই দললৈ চিধি পঠিয়াবলৈ xo...@googlegroups.com লৈ ই-পত্ৰ পঠিয়াওক| এই দলৰ পৰা বাহিৰ হবলৈ xobdo-un...@googlegroups.com লৈ ই-পত্ৰ প্ৰৰণ কৰক| অন্য বিষয়ে দলৰ আন্ত:জাল http://groups.google.com/group/xobdo?hl=as লৈ আহঁক|

Bikram M. Baruah বিক্ৰম ম. বৰুৱা

unread,
Feb 26, 2010, 8:15:26 AM2/26/10
to xo...@googlegroups.com, pragya...@gmail.com
পল্লৱ,
তুমি শুদ্ধ৷ মোৰ বূল হৈছিল৷ ইয়াৰ অৰ্থ কষ্ট পাই চিঞৰাহে, গালি পৰা নহয়৷

ধন্যবাদ,
বিক্ৰম

2010/2/26 Pallav Saikia <pall...@gmail.com>:

> এই দললৈ চিধি পঠিয়াবলৈ xo...@googlegroups.com লৈ ই-পত্ৰ পঠিয়াওক| এই দলৰ পৰা


> বাহিৰ হবলৈ xobdo-un...@googlegroups.com লৈ ই-পত্ৰ প্ৰৰণ কৰক| অন্য

> বিষয়ে দলৰ আন্ত:জাল http://groups.google.com/group/xobdo?hl=as লৈ আহঁক|

Biraj Kumar Kakati

unread,
Feb 25, 2010, 10:48:59 PM2/25/10
to xo...@googlegroups.com
সম্ভৱতঃ এইটো *ডেডাউৰি মাৰ্*
বা *ডেডাউৰি পাৰ্* হে হব লাগে ৷
বৰকৈ চিঞৰা বা গোঁজৰ মৰা;

http://www.xobdo.org/dic.php?w=ডেডাউৰিয়া&l=2
-------------------------------------------------
Biraj Kumar Kakati
XOBDO.ORG
Kamrup, Assam
PIN: 781 101

> বন্ধু সকল,
> এই শব্দবোৰৰ অর্থ কী?

> *দেদাউৰী পৰা*, বডো ভাষাতঃ


> कुरमा , कुरमानी .
>
> সুশান্ত কৰ
> Click On :
> ~(1)~ http://sushantakar40.blogspot.com
> ~(2)~http://ishankonerkahini.blogspot.com/
> to Read My writings Or On :
> ~(1)~ http://pragyan06now.blogspot.com/
> ~(2)~ http://sites.google.com/site/pragyan06now
> to read my edited Journal.
> Swajatyer Ahomikar Theke Mukti Daner Sikshai Ajker Diner Pradhan Siksha:
> Rabindranath
>

Reply all
Reply to author
Forward
0 new messages