Xobdo Boroxa 1.0 [Assamese Voice Synthesizer or TTS (Text-To-Speech)]

21 views
Skip to first unread message

Buljit Buragohain

unread,
Mar 26, 2024, 4:35:27 AM3/26/24
to supportac...@googlegroups.com

শব্দ বৰষা : অসমীয়া কণ্ঠ সংশ্লেষক [Assamese Voice Synthesizer or TTS (Text-To-Speech)]

    xxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxx

 

      অসমীয়া ভাষা আৰু সাহিত্যৰ বাবে এটা ভাল খবৰ যে ‘শব্দ ডট অৰ্গ (http://www.xobdo.org)’ৰ  দ্বাৰা “শব্দ বৰষা” নামৰ এটা অসমীয়া কণ্ঠ সংশ্লেষক  (Assamese Voice Synthesizer) তৈয়াৰ কৰি উলিয়াইছে । ইয়াৰ ৱেবচাইট লিংকটো হ’ল - http://www.xobdo.org/boroxa/ । এই প্রকল্পটো লগত জড়িত ব্যক্তিসকল হ’ল - শব্দ অভিযান্ত্ৰিক,ব্যৱস্থাপনা আৰু সমন্বয়ত আছে- বিক্ৰম ম. বৰুৱা আৰু অভিনাশ অবিনাশ হাতীকাকতী;  কণ্ঠশিল্পী হ’ল শ্ৰীমতী বৰ্ষা বন্দিতা; কণ্ঠ সংশ্লেষক বিকাশত আছে - অসম কৃত্ৰিম বুদ্ধিমত্তা উদ্যোক্তা গোট (https://aaii-axom.github.io/); কম্পিউটাৰ অভিযন্তা হ’ল পল্লৱ শইকীয়া । লগতে  কম্পিউটিং সম্পদেৰে সহায় কৰিছে আই আই টি ধৰৱাদৰ সহকাৰী অধ্যাপক ড° দীপক কে টিয়ে ৷

      ডিজিটেল মাধ্যমত অসমীয়া ভাষা আৰু সাহিত্যৰ উপলব্ধতা, প্রসাৰ আৰু প্রচাৰৰ বাবে  শব্দ বৰষা” নামৰ অসমীয়া কণ্ঠ সংশ্লেষক  প্ৰকল্পৰ লগত জড়িত সকলোকে ধন্যবাদ জনাইছো । অসমৰ জাতি-ধৰ্ম নিৰ্বিশেষে  সকলোৱে এই প্রকল্পটোলৈ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনালো। 

 


https://www.youtube.com/watch?v=4j_em7amnCY


Sound Engineering, Logistics and Coordination: Mr. Bikram M Baruah & Mr. Abinash Hatikakati.
Voice Artist: Mrs. Barsha Bandita
Speech Synthesizer Development: Assam AI Initiative (AAII - আই) team
Computer Engineeer: Mr. Pallav Saikia.
Heartfelt thanks to Dr. Deepak KT, Assistant Professor, IIIT Dharwad for supporting us with computing resources.
Reply all
Reply to author
Forward
0 new messages