Eastern Nagari Vs Assamese Script

20 views
Skip to first unread message

Pankaj Barah

unread,
Apr 17, 2011, 7:28:28 AM4/17/11
to Sushanta Kar, Manjit Nath, Ankur Bora, Syeda Mafruja Hassan, bul...@gmail.com, Rajen Barua, Amitav, Satyajit Nath, banajit pathak, Amitakhya Phukan, Dibya Dutta, Jugal Kalita, Jyotirmoy Saikia, Manoj KumarDas, Rasika Saikia, Sureshranjan Goduka, Pallav Saikia, Bikram M. Baruah, বিৰাজ কাকতি Biraj Kakati, Anjal Borah, Satyakam Dutta (Album revisited), Bhagat Lal Dutta, Jayanta Barman, Shantikam Hazarika, Priyankoo, man...@yahoo.co.in, mitali...@gmail.com, drsanjib....@rediffmail.com, mkg_...@rediffmail.com, joyshree sutradhar, arup nath, XOBDO groups, xomidhan_c...@googlegroups.com
Dear All,

Recently one article was repeatedly published twice in an  Assamese Daliy 'Asomiya Pratidin'( অসমীয়া প্ৰতিদিন, ১০ এপ্ৰিল, পৃষ্ঠা ৭ and ১৭ এপ্ৰিল, পৃষ্ঠা ৫) . It is regarding the prevalling controversies  towards "Naming  Assamese Script as Eastern Nagari Script" . I am attaching the image version of the article with this mail. We have started a discussion in Facebook group  অসমীয়াত কথা বতৰা.  Many people have given valuable comments on this topic. You can view the thread here

http://www.facebook.com/home.php?sk=group_144539158931922&id=177593062293198&notif_t=like#!/photo.php?fbid=207280485966052&set=o.144539158931922&type=1&theater

I am  quoting few selected comments here. I hope all of you will give your learned comments and Scientifically supported information in this regard.

Wahid Saleh :

Dear Pankaj, There I go again. Again I am writing a mail in English in reply to your mail.  Mr. Sharma makes interesting reading.  Would it possible to refer to some publication to support the origin of the Assamese language?

Manjit Nath:

মইও ইমান Eastern Nagari ৰ অংশ বুলিহে ভাবি আছিলোঁ

Bikram M. Baruah :

ইয়াত কোনো চক্ৰান্তৰ কথা নাই৷ আসমীয়া-বঙালী-মণিপুৰি আদি ভাষা লিখা যি লিপি (সামান্য তাৰতম্যৰে) তাৰ এটা উমৈহতীয়া নামৰ সন্ধানত "পৱ-নগৰী" বা ইংৰাজীত "Eastern Nagari" দিয়া হৈছে৷ যদি এই নাম শুদ্ধ নহয়, এই উমৈহতীয়া নাম কি হোৱা উচিত তাক লেখকে জনালে নথৈ আনন্দিত হ’ম ৷ লিখকে জনা উচিত যে Brāhmī লিপিৰ পৰাই ক্ৰমান্নয়ে Gupta লিপি আৰু পিছত Nāgarī লিপিৰ সৃষ্টি হৈছে৷ Nagari-লিপিৰ বহুতো আধুনিক ৰউপ আছে যেনে Devanagari, Eastern Nagari, Gurumukhi and Nandinagari. মই জনা মতে "Eastern Nagari" এটা বিজ্ঞান সন্মত নাম৷

 Uddip Talukdar:

অসমীয়া ইউনিকোডৰ সন্দর্ভে এনেকুৱা কথা কিছুমান ওলাব বুলি আগৰেপৰাই মোৰ ধাৰণা হৈছিল। ইয়াৰ সঠিক আৰু সর্বজন স্বীকৃত সিদ্ধান্ত এটা ভাষাতত্বৰ পণ্ডিতসকলৰপৰা অহা উচিত। আৰু এই প্রবন্ধৰ লেখকলৈ মই অনুৰোধ কৰো যেন লেখাত চক্রান্ত-ষড়যন্ত্র আদি শব্দৰ প্রয়োগ ...কৰাৰ আগতে কেবাবাৰো ভাবি চায়, কাৰণ কিছুমান কথা পট্‌কৈ কৈ দিয়াটো সহজ, কিন্তু তাৰ অনাহুত প্রতিক্রিয়াই বিৰূপ ৰূপ লব পাৰে। অসমীয়া ইউনিকোড আৰু ইণ্টাৰনেটত অসমীয়া ভাষাৰ প্রসাৰৰ কামত লাগি থকা সকলোলৈ এটাই অনুৰোধ, এই লিপিৰ নাম কি হ'ব সেইটো যিমান ডাঙৰ কথা, তাতকৈ বেছি গুৰুত্বপূর্ণ কথা হ'ল আমি কিমান গুৰুত্বপূর্ণ লেখাৰে ইণ্টাৰনেটত অসমীয়া লেখা আগবঢ়াব পাৰিছোঁ। লক্ষ্মীনাথ বেজবৰুৱাই যদি নিজে হাতত কলম তুলি অসমীয়া ভাষাৰ সাহিত্যৰ ভঁৰাল চহকী কৰাৰ সলনি ইংৰাজলৈ আবেদন লিখি থাকিলেহেঁতেন, তেতিয়া হ'লে অসমীয়া ভাষাই স্বকীয় মর্য্যদা পাবলৈ আৰু দুটা দশক লাগিলেহেঁতেন।

Pankaj Barah :

Letter to the Ediotr এখন লিখিলে ভাল হ'ব নেকি তেন্তে ?

Uddip Talukdar: 

সম্পাদকলৈ চিঠি এখন লিখি আমি কেনেকৈ ভাবিছোঁ, সেইটো জনাই থলে ভাল হয়, অন্তত: লেখকৰ কথাখিনিৰ বিপৰীত মত এটা যে আছে সেইটো ওলাই থাকিব। কিন্তু এটাই অনুৰোধ, সেই চিঠিখন যাতে বস্তুনিষ্ঠ হয়, আৰু লেখকৰ ওপৰত পৰোক্ষ ভাৱেও কোন ব্যক্তিগত টিপ্পনী কৰা নহয়। মূ...লত: কি কাৰণত unicode-ৰ বাবে easternageri নামটো বিবেচনা কৰা হৈছে, সেইটো ফঁহিয়াই দেখুৱাবলৈ যত্ন কৰা উচিত। কাৰণ মোৰ যেনেদৰে বুজিছোঁ, ইউনিকোডত ইষ্টার্ণনাগেৰী নামটো ভাষাতত্বতকৈ প্রযুক্তিগত আৰু ব্যৱহাৰিক ভাৱেহে লোৱা সিদ্ধান্ত। এই ক্ষেত্রত এই গোটৰ বাকী মানুহৰো মতামত জানিবলৈ মই ভাল পাম।

Sushanta Kar :

‎"ইয়াত কোনো চক্ৰান্তৰ কথা নাই" -এই সকলো কথাত চক্রান্তৰ সন্ধান কৰি ফুৰাৰ বাবে মুক্ত চিন্তাৰ আৰু কামৰ পৰিবেশটোৱে নাইকীয়া হৈ যায়।
Pankaj Barah :

লিখকে কিয় অসমীয়া ভাষাক বাংলা ভাষাৰ অপভ্ৰংশ বুলি ক'বলৈunicode, IIT Guwahai, ISCIL য়ে উঠি পৰি লাগিছে বুলি আক্ষেপ কৰিছে বুজা নগ'ল ৷ বহু বঙালী লোকেই আজিও অসমীয়া ভাষাক বাংলা ভাষাৰ অপভ্ৰংশ বুলি কয় সেইটো সত্য ৷ কিছু অজ্ঞ লোকে তেনেকৈ ভাৱে যদিও জ...না শুনা ব্যক্তিয়ে কেতিয়াও তেনেকৈ নেভাৱে ৷ মই যদি ভুল বুজা নাই আধুনিক টাইপচেটিঙৰ সুবিধা হোৱকৈ দুয়োটা ভাষাৰ এটা উমৈহতীয়া মানক উনিক'ড লিপি আৰু তাৰ লগত জডিত কিছুমান আ ঁহিলা তৈয়াৰ কৰাৰ সুবিধাৰ অৰ্থে উল্লেখিত অনুষ্টান সমূহে ইষ্টাৰ্ণ নাগৰী লিপি হিচাপে গ্ৰহন কৰি কাম কৰি আছে ৷ মই ভাৱো ইয়াত ন্যস্ত স্বাৰ্থজডিত নাই আৰু কোনো ভাষাক অপমান কৰাৰ প্ৰশ্ন আহিব নোৱাৰে ৷ http://en.wikipedia.org/wiki/Eastern_Nagari_script

কাৰোবাৰ হাতত গৱেষণা সমৃদ্ধ তথ্য আছে যদি অনু্গ্ৰহ কৰি সকলোকে জনাওক ৷

--
Pankaj Barah
Norwegian University of Science & Technology (NTNU),
Realfagbygget,  Room no.: DU1-172
N-7491, Trondheim,Norway
Telephone: (+47) 73596093
Mobile: (+47) 45063435
Fax: (+47) 73 59 61 00
E.mail: pankaj...@bio.ntnu.no

Eastern Nagari.jpg

Sushanta Kar

unread,
Apr 17, 2011, 9:39:17 AM4/17/11
to xo...@googlegroups.com

---------- Forwarded message ----------
From: Sushanta Kar <pragya...@yahoo.co.in>
Date: 2011/4/17
Subject: Re: Eastern Nagari Vs Assamese Script
To: Pankaj Barah <panka...@gmail.com>
Cc: Manjit Nath <manji...@gmail.com>, Ankur Bora <ankur_b...@yahoo.com>, Syeda Mafruja Hassan <maanutw...@gmail.com>, bul...@gmail.com, Rajen Barua <rajen...@gmail.com>, Amitav <ami...@gmail.com>, Satyajit Nath <nath.s...@gmail.com>, banajit pathak <banaji...@gmail.com>, Amitakhya Phukan <aph...@fedoraproject.org>, Dibya Dutta <dibya...@gmail.com>, Jugal Kalita <jugal...@yahoo.com>, Jyotirmoy Saikia <jyot...@gmail.com>, Manoj KumarDas <das...@gmail.com>, Rasika Saikia <rasika...@gmail.com>, Sureshranjan Goduka <sureshran...@yahoo.com>, Pallav Saikia <pall...@gmail.com>, "Bikram M. Baruah" <bikr...@yahoo.com>, বিৰাজ কাকতি Biraj Kakati <bir...@gmail.com>, Anjal Borah <anjal...@indiatimes.com>, "Satyakam Dutta (Album revisited)" <satyaka...@gmail.com>, Bhagat Lal Dutta <bhag...@gmail.com>, Jayanta Barman <jayant...@yahoo.co.in>, Shantikam Hazarika <shnti...@yahoo.co.uk>, Priyankoo <priy...@gmail.com>, man...@yahoo.co.in, mitali...@gmail.com, drsanjib....@rediffmail.com, mkg_...@rediffmail.com, joyshree sutradhar <joys...@gmail.com>, arup nath <aru...@gmail.com>, XOBDO groups <xo...@googlegroups.com>, xomidhan_c...@googlegroups.com

লিপি আৰু ভাষাৰ ইতিহাস সদাই একেইখন বাটেৰে আগ বঢ়া নাই। তেনে হ'ল ওড়িয়া ভাষার বেলেগ লিপি নহ'লেহেতেন। ঠিক তেনেদৰে প্রাকৃত যুগত ফালৰি কাটি যোৱা নেপালি ভাষাৰ লিপি দেবনাগৰি নহ'ল হেতেন। মোৰ হাতত ড০ উপেন্দ্র নাথ গোস্বামীদেৱৰ 'অসমীয়া লিপি' কিতাপখন আছে। পিছে তাত Eastern Nagari-বুলি কোনো শব্দ নাই। সম্ভবত থকাৰ কোনো কথাও নাছিল । প্রাচীন বাংলা গ্রন্থবোৰতো -ৰ-আখৰ চাই, -বাংলা-অসমীয়া লিপিক অসমীয়া লিপি বুলি প্রতিষ্ঠাৰ এটা চেষ্টা আছে। মোৰ বোধেৰে 'পূর্বনাগৰী' নাইবা ' Eastern Nagari' নামকৰণৰ প্রচেষ্টা সাম্প্রতিক। আৰু তাত আপত্তি কৰিবলগীয়া একো নাই। কিন্তু সেয়া এই লিপি ব্যবহাৰ কৰা অইন ভাষিক গোষ্ঠীৰ মাজোতো জনপ্রিয় কৰাৰ চেষ্টা কৰিব লাগিব। নহ'লে নামটো কেৱল অসমীয়াৰ মাজত সীমাবদ্ধ হৈ ৰব। আনে এইটোক বাংলা লিপি বুলি কয়, কই থাকিব। বিষ্ণুপ্রিয়া মণিপুৰী সকলে ইয়াক 'বাংলা মেয়েক' বুলি কয় ( এই লিঙ্ক চাব) 'অসমীয়া প্ৰতিদিন'ৰ লিখকজনৰ আপত্তিৰ কথাটো মোৰ ওচৰত স্পষ্ট নহ'ল। বিশেষকৈ তেওঁযে 'চক্রান্ত'ৰ গোঁন্ধ পালে --তেনে লিখিলে মুক্ত চিন্তাৰ কোনো পৰিবেশ নেথাকে।

2011/4/17 Pankaj Barah <panka...@gmail.com>

--
Sushanta Kar
সুশান্ত কর
তিনসুকিয়া, আসাম

আমার ব্লগগুলি:
http://sushantakar40.blogspot.com
http://ishankonerkahini.blogspot.com
http://ishankonerkotha.blogspot.com
আমার সম্পাদিত 'প্রজ্ঞান' 
http://pragyan06now.blogspot.com
http://sites.google.com/site/pragyan06now

"স্বাজাত্যের অহমিকার থেকে মুক্তি দানের শিক্ষাই, আজকের দিনের প্রধান শিক্ষা" রবীন্দ্রনাথ

Biraj Kumar Kakati

unread,
Apr 17, 2011, 9:48:16 AM4/17/11
to Sushanta Kar, Pankaj Barah, Manjit Nath, Ankur Bora, Syeda Mafruja Hassan, bul...@gmail.com, Rajen Barua, Amitav, Satyajit Nath, banajit pathak, Amitakhya Phukan, Dibya Dutta, Jugal Kalita, Jyotirmoy Saikia, Manoj KumarDas, Rasika Saikia, Sureshranjan Goduka, Pallav Saikia, Bikram M. Baruah, Anjal Borah, Satyakam Dutta (Album revisited), Bhagat Lal Dutta, Jayanta Barman, Shantikam Hazarika, Priyankoo, man...@yahoo.co.in, mitali...@gmail.com, drsanjib....@rediffmail.com, mkg_...@rediffmail.com, joyshree sutradhar, arup nath, XOBDO groups, xomidhan_c...@googlegroups.com
Dear all,
I have a flow chart on the evolution of different language, but I forgot the original link. I have appended it below in the mail. I think it may help in this discussion. What do you think about this flow chart?

BngLang.jpg

-------------------------------------------------------------------
With best regards,
Biraj Kumar Kakati
XOBDO.ORG

2011/4/17 Sushanta Kar <pragya...@yahoo.co.in>
লিপি আৰু ভাষাৰ ইতিহাস সদাই একেইখন বাটেৰে আগ বঢ়া নাই। তেনে হ'ল ওড়িয়া ভাষার বেলেগ লিপি নহ'লেহেতেন। ঠিক তেনেদৰে প্রাকৃত যুগত ফালৰি কাটি যোৱা নেপালি ভাষাৰ লিপি দেবনাগৰি নহ'ল হেতেন। মোৰ হাতত ড০ উপেন্দ্র নাথ গোস্বামীদেৱৰ 'অসমীয়া লিপি' কিতাপখন আছে। পিছে তাত Eastern Nagari-বুলি কোনো শব্দ নাই। সম্ভবত থকাৰ কোনো কথাও নাছিল । প্রাচীন বাংলা গ্রন্থবোৰতো -ৰ-আখৰ চাই, -বাংলা-অসমীয়া লিপিক অসমীয়া লিপি বুলি প্রতিষ্ঠাৰ এটা চেষ্টা আছে। মোৰ বোধেৰে 'পূর্বনাগৰী' নাইবা ' Eastern Nagari' নামকৰণৰ প্রচেষ্টা সাম্প্রতিক। আৰু তাত আপত্তি কৰিবলগীয়া একো নাই। কিন্তু সেয়া এই লিপি ব্যবহাৰ কৰা অইন ভাষিক গোষ্ঠীৰ মাজোতো জনপ্রিয় কৰাৰ চেষ্টা কৰিব লাগিব। নহ'লে নামটো কেৱল অসমীয়াৰ মাজত সীমাবদ্ধ হৈ ৰব। আনে এইটোক বাংলা লিপি বুলি কয়, কই থাকিব। বিষ্ণুপ্রিয়া মণিপুৰী সকলে ইয়াক 'বাংলা মেয়েক' বুলি কয় ( এই লিঙ্ক চাব) 'অসমীয়া প্ৰতিদিন'ৰ লিখকজনৰ আপত্তিৰ কথাটো মোৰ ওচৰত স্পষ্ট নহ'ল। বিশেষকৈ তেওঁযে 'চক্রান্ত'ৰ গোঁন্ধ পালে --তেনে লিখিলে মুক্ত চিন্তাৰ কোনো পৰিবেশ নেথাকে।

2011/4/17 Pankaj Barah <panka...@gmail.com>
Dear All,
BngLang.jpg

Sushanta Kar

unread,
Apr 17, 2011, 9:57:45 AM4/17/11
to Biraj Kumar Kakati, Pankaj Barah, Manjit Nath, Ankur Bora, Syeda Mafruja Hassan, bul...@gmail.com, Rajen Barua, Amitav, Satyajit Nath, banajit pathak, Amitakhya Phukan, Dibya Dutta, Jugal Kalita, Jyotirmoy Saikia, Manoj KumarDas, Rasika Saikia, Sureshranjan Goduka, Pallav Saikia, Bikram M. Baruah, Anjal Borah, Satyakam Dutta (Album revisited), Bhagat Lal Dutta, Jayanta Barman, Shantikam Hazarika, Priyankoo, man...@yahoo.co.in, mitali...@gmail.com, drsanjib....@rediffmail.com, mkg_...@rediffmail.com, joyshree sutradhar, arup nath, XOBDO groups, xomidhan_c...@googlegroups.com
Dear
Biraj,
as I've write in earlier mail, the history of languages have very little to do with the development of script.

Sushanta Kar

2011/4/17 Biraj Kumar Kakati <bir...@gmail.com>
BngLang.jpg

Biraj Kumar Kakati

unread,
Apr 17, 2011, 10:10:06 AM4/17/11
to Sushanta Kar, Pankaj Barah, Manjit Nath, Ankur Bora, Syeda Mafruja Hassan, bul...@gmail.com, Rajen Barua, Amitav, Satyajit Nath, banajit pathak, Amitakhya Phukan, Dibya Dutta, Jugal Kalita, Jyotirmoy Saikia, Manoj KumarDas, Rasika Saikia, Sureshranjan Goduka, Pallav Saikia, Bikram M. Baruah, Anjal Borah, Satyakam Dutta (Album revisited), Bhagat Lal Dutta, Jayanta Barman, Shantikam Hazarika, Priyankoo, man...@yahoo.co.in, mitali...@gmail.com, drsanjib....@rediffmail.com, mkg_...@rediffmail.com, joyshree sutradhar, arup nath, XOBDO groups, xomidhan_c...@googlegroups.com
Dear Sushantada,
I do believe that the history/origin of language has much more to do with the development of the script, even though both of them are different entities. See the concepts behind the debate of devnagari, eastern-nagari, bengali, and assamese scripts.

-------------------------------------------------------------------
With best regards,
Biraj Kumar Kakati
XOBDO.ORG

2011/4/17 Sushanta Kar <pragya...@gmail.com>
BngLang.jpg

Sushanta Kar

unread,
Apr 17, 2011, 10:26:49 AM4/17/11
to Biraj Kumar Kakati, Pankaj Barah, Manjit Nath, Ankur Bora, Syeda Mafruja Hassan, bul...@gmail.com, Rajen Barua, Amitav, Satyajit Nath, banajit pathak, Amitakhya Phukan, Dibya Dutta, Jugal Kalita, Jyotirmoy Saikia, Manoj KumarDas, Rasika Saikia, Sureshranjan Goduka, Pallav Saikia, Bikram M. Baruah, Anjal Borah, Satyakam Dutta (Album revisited), Bhagat Lal Dutta, Jayanta Barman, Shantikam Hazarika, Priyankoo, man...@yahoo.co.in, mitali...@gmail.com, drsanjib....@rediffmail.com, mkg_...@rediffmail.com, joyshree sutradhar, arup nath, XOBDO groups, xomidhan_c...@googlegroups.com
Dear
Biraj,
You have missed my points. I didn't denied the relation altogether. But, since the scripts were used by the literates only they have diffent history to tell. That's why we find names like Brahmi, Kutil, Nagari all these. anyway, with this mail I'm forwarding a briefings by Dr Upendra Nath Goswami Find the attachment.

Sushanta 
BngLang.jpg
Assamese scripts.jpg

Biraj Kumar Kakati

unread,
Apr 17, 2011, 10:49:03 AM4/17/11
to Sushanta Kar, Pankaj Barah, Manjit Nath, Ankur Bora, Syeda Mafruja Hassan, bul...@gmail.com, Rajen Barua, Amitav, Satyajit Nath, banajit pathak, Amitakhya Phukan, Dibya Dutta, Jugal Kalita, Jyotirmoy Saikia, Manoj KumarDas, Rasika Saikia, Sureshranjan Goduka, Pallav Saikia, Bikram M. Baruah, Anjal Borah, Satyakam Dutta (Album revisited), Bhagat Lal Dutta, Jayanta Barman, Shantikam Hazarika, Priyankoo, man...@yahoo.co.in, mitali...@gmail.com, drsanjib....@rediffmail.com, mkg_...@rediffmail.com, joyshree sutradhar, arup nath, XOBDO groups
সুশান্তদা,
আপুনি লেখাটো কেনেধৰণে পঢ়িছে মই বুজি নেপালো ! মই গোটেই লিখনিটোতে লিপি কেইটা কেনেকৈ অভ্যুত্থান, বিবৰ্তন, আৰু পৰিবৰ্তন হৈছে সেইটোহে দেখিলো । এই সমগ্ৰ প্ৰক্ৰিয়াটোতে সমান্তৰালভাৱে ভাষা কেইটাৰো অভ্যুত্থান, বিবৰ্তন, আৰু পৰিবৰ্তন হৈছে । মই আগৰ ঈ-মেইলত কোৱাৰ দৰে "CONCEPT"-টো অলপ চালি জাৰি চালেই বুজি পাব; কিন্তু সেইটো কৰোতে "both of them are different entities" বোলা বাক্যাংশ উলাই নকৰিব ।

-------------------------------------------------------------------
ধন্যবাদ,
বিৰাজ কুমাৰ কাকতি
শব্দ সংঘ
BngLang.jpg

Satyakam Dutta

unread,
Apr 17, 2011, 11:44:15 AM4/17/11
to Biraj Kumar Kakati, Sushanta Kar, Pankaj Barah, Manjit Nath, Ankur Bora, Syeda Mafruja Hassan, bul...@gmail.com, Rajen Barua, Amitav, Satyajit Nath, banajit pathak, Amitakhya Phukan, Dibya Dutta, Jugal Kalita, Jyotirmoy Saikia, Manoj KumarDas, Rasika Saikia, Sureshranjan Goduka, Pallav Saikia, Bikram M. Baruah, Anjal Borah, Bhagat Lal Dutta, Jayanta Barman, Shantikam Hazarika, Priyankoo, man...@yahoo.co.in, mitali...@gmail.com, drsanjib....@rediffmail.com, mkg_...@rediffmail.com, joyshree sutradhar, arup nath, XOBDO groups
অসমীয়া লিপিৰ ক্ৰমবিকাশৰ ধাৰাৰ দুইমত এইধৰণৰ - 

১) ব্ৰাহ্মী লিপি -> গুপ্ত লিপি -> কুটিল বা সূক্ষ্মকোণী বা সিদ্ধমাতৃকা লিপি -> কামৰূপী বা পুৰণি অসমীয়া লিপি

২) ব্ৰাহ্মী লিপি >  প্ৰাচীন কামৰূপীয় লিপি (নগাজৰী-খনিকৰ গাঁওৰ শিলালিপিৰ ভিত্তিত) -> পুৰণি অসমীয়া লিপি (এই মতপোষন কৰিছে ডিম্বেশ্বৰ নেওগ, ড° উপেন্দ্ৰনাথ গোস্বামী, নাৰায়ণ দাস দেৱ ইত্যাদিয়ে)

দুইমতকে একত্ৰিত কৰি ° মহেন্দ্ৰ বৰাই কৈছে - "Assamese script is a direct descendant of the Brahmi, branching itself off from the so called Gupta alphabet or the Northern Indian Script, which progressed on its way by acquiring for itself certain basic traits of the Kutila Style of writing in course of its journey through the long corridors of history"

প্ৰ্থম মতৰ মতে Eastern Nagariৰ ধৰণাটো শুদ্ধ | কিন্তু ম‍ই অধ্যয়ন কৰা বহুকেইখন অসমীয়া কিতাপৰ পৃষ্ঠাত Eastern Nagariৰ কোনো উল্লেখ বিছাৰি নোপোৱাৰ কাৰণ এয়ে নেকি যে আমাৰ অসমীয়া ভাষাবিদ সকলে "Eastern Nagari"ৰ বিষয়ে অৱগত নাছিল কাৰণ ই ,সুশান্ত দাই কোৱাৰ ধৰণে, এটি সাম্প্রতিক নামকৰণৰ প্রচেষ্টা ?

সত্যকাম
BngLang.jpg

Pankaj Barah

unread,
Apr 17, 2011, 1:48:54 PM4/17/11
to gb, Wahid.Saleh, wahid...@indiawijzer.nl, Biraj Kumar Kakati, Sushanta Kar, Manjit Nath, Ankur Bora, Syeda Mafruja Hassan, bul...@gmail.com, Rajen Barua, Amitav, Satyajit Nath, banajit pathak, Amitakhya Phukan, Dibya Dutta, Jugal Kalita, Jyotirmoy Saikia, Manoj KumarDas, Rasika Saikia, Sureshranjan Goduka, Pallav Saikia, Bikram M. Baruah, Anjal Borah, Bhagat Lal Dutta, Jayanta Barman, Shantikam Hazarika, Priyankoo, man...@yahoo.co.in, mitali...@gmail.com, drsanjib....@rediffmail.com, mkg_...@rediffmail.com, joyshree sutradhar, arup nath, XOBDO groups, saitan...@gmail.com
Respected Professor Barua,
Honb'le Director, IIT Guwahati;

Thank you very much for your quick response to this matter. We have initiated the discussion in a Facebook group  অসমীয়াত কথা বতৰা. Later, by looking at the importance of the matter I have started a mailing list discussion by including few domain experts and dedicated armature worker in the field of Assamese unicode. Many of them are putting forward different informative comments/views. I have quoted few of the selected comments in our blog which could be found here.

http://asomiyatkothabotora.blogspot.com/2011/04/eastern-nagari.html  

I am also including you in the discussion thread. Hopefully you will be able to follow the comments.

We are eagerly waiting for some expert comments/remarks from the Research team  based in IIT Guwahati. (The Resource Centre for Indian Language Technology Solutions, Indian Institute of Technology Guwahati)

Thanks and regards,

Pankaj Barah

--------------------------------------------------------------------------------------------
2011/4/17 gb <g...@iitg.ernet.in>
Pankaj,
I will get back to you on this soon. In the meantime, if you can send me
the URLs on the online discussions, I will get a better picture of the
views of people.

Gautam Barua
IIT Guwahati, Guwahati 781039, India
+91-361-2690401, 2452088(R)
+91-361-2692321, 2690762(F)

2011/4/17 Satyakam Dutta <satyaka...@gmail.com>

--
Pankaj Barah
Department of Biology

Sushanta Kar

unread,
Apr 17, 2011, 2:04:56 PM4/17/11
to Pankaj Barah, gb, Wahid.Saleh, wahid...@indiawijzer.nl, Biraj Kumar Kakati, Manjit Nath, Ankur Bora, Syeda Mafruja Hassan, bul...@gmail.com, Rajen Barua, Amitav, Satyajit Nath, banajit pathak, Amitakhya Phukan, Dibya Dutta, Jugal Kalita, Jyotirmoy Saikia, Manoj KumarDas, Rasika Saikia, Sureshranjan Goduka, Pallav Saikia, Bikram M. Baruah, Anjal Borah, Bhagat Lal Dutta, Jayanta Barman, Shantikam Hazarika, Priyankoo, man...@yahoo.co.in, mitali...@gmail.com, drsanjib....@rediffmail.com, mkg_...@rediffmail.com, joyshree sutradhar, arup nath, XOBDO groups, saitan...@gmail.com
এইটো ভাল হ'ল। আমি অধ্যাপক গৌতম বৰুৱাৰ প্রতিক্রিয়াৰ বাবে বাট চাও।
তেখেতৰ লগত যোগাযোগ কৰাৰ বাবে ধন্যবাদ পঙ্কজ।

সুশান্ত কৰ

2011/4/17 Pankaj Barah <panka...@gmail.com>

XOBDO Team

unread,
Apr 28, 2011, 9:22:37 AM4/28/11
to XOBDO groups
FYI...
-Bikram

----
The following is our response:

1. IIT Guwahati has never referred to the script used by the  Assamese language as Eastern Nagari. For that matter, the article in "Pratidin" also does not attribute this to IIT Guwahati.
2. We were part of a group of projects sponsored by the Dept of IT Govt of India on language technology. As part of this project,  IITG provided inputs on Assamese and on Unicode for Assamese. The document "AssameseCodeChartOct02.pdf" is what has been printed by DIT based on part of the inputs given by IITG. Note the comparison to Bengali at various places.
3. DIT proposed a Unicode chart to handle Bengali, Assamese and Manipuri languages, calling it the "Bengali Script". In this. they missed out on inserting the letter "khya" in the main chart, although it is mentioned in the explanations. Some of the proposals were accepted by the Unicode Inc. but the Assamese specific changes (re-placement of "ra" and "oabbo") were not accepted. The Unicode table  for "Bengali" currently is at U0980.pdf.  In this, alphabetical ordering of words in Assamese will be incorrectly done as "ra" and "oabbo" are not in their "correct" places.
4. Subsequently, IITG sent a modified table to DIT with the inclusion of "khya" also. See "assamese_proposed.pdf". No action has been taken on this to the best of our knowledge. IITG had also sent a letter to DIT suggesting the renaming of the "Bengali script" to "BAM script" (Bengali-Assamese-Manipuri). But no action has been taken on this too.
5. Our view is that we should all work together to get Unicode Inc to a) accept the changes for Assamese in the 0980-09ff unicode table, b) accept the renaming of the script to "BAM" or even to Eastern Nagari, and to make changes to all references to Bengali, appropriately.
6. In our view, there is no point in fighting for a separate Assamese Table as there are so few differences between the Assamese and Bengali scripts. It is unlikely to be accepted, and there is no technical justification in doing so either. We do not wish to go into which script came first and which developed from where. That is not a subject for computational linguists.
7. Even before Unicode Inc accepts our proposals, we should propagate the use of code 09B1 for "ra" and code 09B5 for "oabba" and 09BB for "khya" in all Assamese software and documents. These codes are not being used for any other purpose, so there is no technical difficulty of using them and there is not likely to be any objections either as there will be no conflicts with other languages.
Gautam Barua
IIT Guwahati
AssameseCodeChartOct02.pdf
new_bengali.pdf
U0980.pdf
assamese_proposed.pdf

Sushanta Kar

unread,
Apr 29, 2011, 12:59:42 AM4/29/11
to Gautam Barua, Pankaj Barah, Wahid.Saleh, wahid...@indiawijzer.nl, Biraj Kumar Kakati, Manjit Nath, Ankur Bora, Syeda Mafruja Hassan, bul...@gmail.com, Rajen Barua, Amitav, Satyajit Nath, banajit pathak, Amitakhya Phukan, Dibya Dutta, Jugal Kalita, Jyotirmoy Saikia, Manoj KumarDas, Rasika Saikia, Sureshranjan Goduka, Pallav Saikia, Bikram M. Baruah, Anjal Borah, Bhagat Lal Dutta, Jayanta Barman, Shantikam Hazarika, Priyankoo, man...@yahoo.co.in, mitali...@gmail.com, drsanjib....@rediffmail.com, mkg_...@rediffmail.com, joyshree sutradhar, arup nath, XOBDO groups, saitan...@gmail.com, Pallav Kumar Dutta
Thank you sir,
( Dr Gautam Barua)
For you clear and concrete response. I find nothing wrong in your approach. It's positive and constructive. It also shows, naming the script 'Bengali' is creating problem for recognition of Assamese specific letters. The name Can be BAM or Eastern Nagari . We can look after possibility of acceptance of Any one of these two name. Discussion can be go on on every possible platform.
But one thing is sure, this article writer of Asomiya Protidin is a man of Negative attitude. Such people create enough pressure to block any positive move here in Assam. They think they are the real savior and honest intellectual. While their actual task is to create confusions.

Sushanta Kar 

2011/4/27 Gautam Barua <g...@iitg.ernet.in>
The following is our response:

1. IIT Guwahati has never referred to the script used by the  Assamese language as Eastern Nagari. For that matter, the article in "Pratidin" also does not attribute this to IIT Guwahati.
2. We were part of a group of projects sponsored by the Dept of IT Govt of India on language technology. As part of this project,  IITG provided inputs on Assamese and on Unicode for Assamese. The document "AssameseCodeChartOct02.pdf" is what has been printed by DIT based on part of the inputs given by IITG. Note the comparison to Bengali at various places.
3. DIT proposed a Unicode chart to handle Bengali, Assamese and Manipuri languages, calling it the "Bengali Script". In this. they missed out on inserting the letter "khya" in the main chart, although it is mentioned in the explanations. Some of the proposals were accepted by the Unicode Inc. but the Assamese specific changes (re-placement of "ra" and "oabbo") were not accepted. The Unicode table  for "Bengali" currently is at U0980.pdf.  In this, alphabetical ordering of words in Assamese will be incorrectly done as "ra" and "oabbo" are not in their "correct" places.
4. Subsequently, IITG sent a modified table to DIT with the inclusion of "khya" also. See "assamese_proposed.pdf". No action has been taken on this to the best of our knowledge. IITG had also sent a letter to DIT suggesting the renaming of the "Bengali script" to "BAM script" (Bengali-Assamese-Manipuri). But no action has been taken on this too.
5. Our view is that we should all work together to get Unicode Inc to a) accept the changes for Assamese in the 0980-09ff unicode table, b) accept the renaming of the script to "BAM" or even to Eastern Nagari, and to make changes to all references to Bengali, appropriately.
6. In our view, there is no point in fighting for a separate Assamese Table as there are so few differences between the Assamese and Bengali scripts. It is unlikely to be accepted, and there is no technical justification in doing so either. We do not wish to go into which script came first and which developed from where. That is not a subject for computational linguists.
7. Even before Unicode Inc accepts our proposals, we should propagate the use of code 09B1 for "ra" and code 09B5 for "oabba" and 09BB for "khya" in all Assamese software and documents. These codes are not being used for any other purpose, so there is no technical difficulty of using them and there is not likely to be any objections either as there will be no conflicts with other languages.
Gautam Barua
IIT Guwahati

On 17/04/2011 23:18, Pankaj Barah wrote:
-- 
Gautam Barua
Indian Institute of Technology Guwahati
Guwahati 781039
+91-361-2690401, 2582005 (O)
+91-361-2692321, 2690762(Fax)

Dibya Dutta

unread,
Apr 29, 2011, 2:47:56 AM4/29/11
to Sushanta Kar, Gautam Barua, Pankaj Barah, Wahid.Saleh, wahid...@indiawijzer.nl, Biraj Kumar Kakati, Manjit Nath, Ankur Bora, Syeda Mafruja Hassan, bul...@gmail.com, Rajen Barua, Amitav, Satyajit Nath, banajit pathak, Amitakhya Phukan, Jugal Kalita, Jyotirmoy Saikia, Manoj KumarDas, Rasika Saikia, Sureshranjan Goduka, Pallav Saikia, Bikram M. Baruah, Anjal Borah, Bhagat Lal Dutta, Jayanta Barman, Shantikam Hazarika, Priyankoo, man...@yahoo.co.in, mitali...@gmail.com, drsanjib....@rediffmail.com, mkg_...@rediffmail.com, joyshree sutradhar, arup nath, XOBDO groups, saitan...@gmail.com, Pallav Kumar Dutta
Luckily  technology is more interested on  technology , least  in  political views.
Modern generation is more concerned  about enabling -waiting anxiously for their utilization.

d dutta

Dibya Dutta

2011/4/29 Sushanta Kar <pragya...@gmail.com>

Satyakam Dutta

unread,
Apr 30, 2011, 2:19:48 PM4/30/11
to Biraj Kumar Kakati, Sushanta Kar, Pankaj Barah, Manjit Nath, Ankur Bora, Syeda Mafruja Hassan, bul...@gmail.com, Rajen Barua, Amitav, Satyajit Nath, banajit pathak, Amitakhya Phukan, Dibya Dutta, Jugal Kalita, Jyotirmoy Saikia, Manoj KumarDas, Rasika Saikia, Sureshranjan Goduka, Pallav Saikia, Bikram M. Baruah, Anjal Borah, Bhagat Lal Dutta, Jayanta Barman, Shantikam Hazarika, Priyankoo, man...@yahoo.co.in, mitali...@gmail.com, drsanjib....@rediffmail.com, mkg_...@rediffmail.com, joyshree sutradhar, arup nath, XOBDO groups
Hi,

If there is any update on this mail thread, please share it with the entire group in the mailing list.

Thanks,
Satyakam

2011/4/17 Satyakam Dutta <satyaka...@gmail.com>
BngLang.jpg

Satyakam Dutta

unread,
Apr 30, 2011, 2:21:42 PM4/30/11
to Biraj Kumar Kakati, Sushanta Kar, Pankaj Barah, Manjit Nath, Ankur Bora, Syeda Mafruja Hassan, bul...@gmail.com, Rajen Barua, Amitav, Satyajit Nath, banajit pathak, Amitakhya Phukan, Dibya Dutta, Jugal Kalita, Jyotirmoy Saikia, Manoj KumarDas, Rasika Saikia, Sureshranjan Goduka, Pallav Saikia, Bikram M. Baruah, Anjal Borah, Bhagat Lal Dutta, Jayanta Barman, Shantikam Hazarika, Priyankoo, man...@yahoo.co.in, mitali...@gmail.com, drsanjib....@rediffmail.com, mkg_...@rediffmail.com, joyshree sutradhar, arup nath, XOBDO groups
Ok. Just got an update. It seems I was only left out. :-)

2011/4/30 Satyakam Dutta <satyaka...@gmail.com>
BngLang.jpg
Reply all
Reply to author
Forward
0 new messages