মাছৰ নাম :

1,686 views
Skip to first unread message

Buljit Buragohain

unread,
Feb 5, 2011, 5:42:44 AM2/5/11
to xo...@googlegroups.com
মাছৰ নাম :

১.আঁৰি
২.ইলিছ
৩.এলেং
৪.কলিয়াজৰা
৫.কছ
৬.কুঢ়ি
৭.কাৱৈ
৮.কান্দুলী
৯.খলিহনা
১০.খৰিয়া
১১.গৰৈ
১২.গেদগেদী
১৩.গংগাটোপ
১৪.গাগল
১৫.গৰুৱা
১৬.চন্দা
১৭.চেঙা
১৮.চেনি পুঠি
১৯.চুঙা ৰৌ
২০.চেঙেলী
২১.চিটল
২২.ছেলকণা
২৩.টোৰা
২৪.তৰামাছ
২৫.দৰিকণা
২৬.নাৰ
২৭.পাভ
২৮.পুঠি
২৯.পাটীমুটুৰা
৩০.পিঠিয়া
৩১.বলিয়ৰা
৩২.তোৰা
৩৩.নেৰিয়া
৩৪.বাহু
৩৫.বাত
৩৬.বোকা ঘৰিয়া
৩৭.বৰদোৱা
৩৮.বৰালি
৩৯.বছা
৪০.বামি
৪১.বতিয়া
৪২.ভেট
৪৩.ভাঙোন
৪৪.ভেছেলী
৪৫.মাগুৰ
৪৬.মিছামাছ
৪৭.মালি
৪৮.মিৰিকা
৪৯.মোৱা
৫০.ৰৌ
৫১.ৰিঠা
৫২.লাচিম
৫৩.শাল
৫৪.শ’ল
৫৫.শিঙি
৫৬.শিঙৰা
৫৭.শিলঘৰিয়া
৫৮.লাওপেটা

Reply all
Reply to author
Forward
0 new messages