অন্তিম তাৰিখ: ৩০-নবেম্বৰ, ২০১০ চন৷
ভাষা: কেৱল অসমীয়া
শ্ৰেণী: পঞ্চম-মানলৈকে
বিষয়: কম্পিউটাৰ আৰু মই
শব্দ সংখ্যা: ১০০-১৫০
শ্ৰেণী: ষষ্ঠমানৰ পৰা দশম-মানলৈকে
বিষয়: ২০৫০চনৰ অসম
শব্দ সংখ্যা: ১০০০-১৫০০ শব্দ৷
শ্ৰেণী: একাদশ মানৰ পৰা স্নাতক মহলালৈকে৷
বিষয়: আমাৰ সমাজত তথ্য প্ৰযুক্তিৰ প্ৰভাৱ৷
শব্দ সংখ্যা: ২০০০-২৫০০ শব্দ৷
ৰচনাসমূহ স্পষ্টকৈ, প্ৰতিশাৰীৰ মাজত অন্ততঃ ১ চে.মি. ব্যৱধান ৰাখি
১) পৰাপক্ষত অসমীয়া ইউনিকোডত (Unicode) লিখি, অথবা
২) হাতে লিখা পৃষ্ঠা স্কেন কৰি, অথবা
৩) ৰামধেনু, শ্ৰীলিপি আদিত লিখা পৃষ্ঠা স্কেন কৰি
ই-পত্ৰ যোগে ad...@xobdo.org, bul...@xobdo.org, bi...@xobdo.org লৈ
অথবা
তলৰ ঠিকনাত চিঠি হিচাপে পঠিয়ায় যেন-
শব্দ.সংঘ
ঘৰ নং ২০, অশোক পথ
বেলতলা, গুৱাহাটী-২৮
অসম
House No-20, Ashok Path
Beltola, Guwahati-28
Assam, India.
শব্দ সংখ্যা: ১০০০-১৫০০ শব্দ৷ and
শব্দ সংখ্যা: ২০০০-২৫০০ শব্দ৷
--
আপুনি এই ই-পত্ৰ গুগ'ল দল "শব্দ সংঘ - XOBDO.ORG"- নামভৰ্তি কৰাৰ কাৰণে পাইছে৷ এই দললৈ চিধি পঠিয়াবলৈ xo...@googlegroups.com লৈ ই-পত্ৰ পঠিয়াওক৷ এই দলৰ পৰা বাহিৰ হবলৈ xobdo-un...@googlegroups.com লৈ ই-পত্ৰ প্ৰৰণ কৰক৷ অন্য বিষয়ে দলৰ আন্ত:জাল http://groups.google.com/group/xobdo?hl=as লৈ আহঁক৷