XOBDO Boroxa শব্দ বৰষা

21 views
Skip to first unread message

Bikram Mojinder Baruah

unread,
Mar 23, 2024, 5:48:46 AM3/23/24
to XOBDO groups
XOBDO.ORG ৰ তৰফৰ পৰা জনাবলৈ পাই সুখী হৈছো যে যোৱা কেইবা মাহৰ নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত আমি এটা অসমীয়া কণ্ঠ সংশ্লেষক তৈয়াৰ কৰি উলিয়াবলৈ সক্ষম হৈছো৷ এই প্ৰথম সংকৰণ ব্যৱহাৰ কৰি ৰাইজে সঁহাৰি দিব বুলি আশা কৰিলোঁ৷
Assamese Voice Synthesizer or TTS (Text-To-Speech) System.
স্বীকৃতি:
শব্দ অভিযান্ত্ৰিক,ব্যৱস্থাপনা আৰু সমন্বয়: শ্ৰী বিক্ৰম ম বৰুৱা আৰু শ্ৰী অভিনাশ হাতিকাকতি।
কণ্ঠশিল্পী: শ্ৰীমতী বৰ্ষা বন্দিতা
কণ্ঠ সংশ্লেষক বিকাশ: অসম কৃত্ৰিম বুদ্ধিমত্তা উদ্যোক্তা গোট
কম্পিউটাৰ অভিযন্তা: শ্ৰী পল্লৱ শইকীয়া।
কম্পিউটিং সম্পদেৰে আমাক সহায় কৰাৰ বাবে আই আই টি ধৰৱাদৰ সহকাৰী অধ্যাপক ড° দীপক কে টিলৈ আন্তৰিক ধন্যবাদ৷
বিটা-পৰীক্ষা: শব্দৰ সদস্যবৃন্দ ৱেবচাইট: www.xobdo.org/boroxa

Dr. Probodh Borah

unread,
Mar 23, 2024, 6:56:31 AM3/23/24
to xo...@googlegroups.com
It's a great achievement. Congratulations to you and the entire team! Certainly it's worth appreciating!
Will try it and get back to you.

With regards.

--
--
আপুনি এই ই-পত্ৰ গুগ'ল দল "শব্দ সংঘ - XOBDO.ORG"- নামভৰ্তি কৰাৰ কাৰণে পাইছে৷ এই দললৈ চিঠি পঠিয়াবলৈ xo...@googlegroups.com লৈ ই-পত্ৰ পঠিয়াওক৷ এই দলৰ পৰা বাহিৰ হবলৈ xobdo-un...@googlegroups.com লৈ ই-পত্ৰ প্ৰেৰণ কৰক৷ অন্য বিষয়ে দলৰ আন্ত:জাল http://groups.google.com/group/xobdo?hl=as লৈ আহঁক৷

---
You received this message because you are subscribed to the Google Groups "শব্দ সংঘ - XOBDO" group.
To unsubscribe from this group and stop receiving emails from it, send an email to xobdo+un...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/xobdo/CABjO69ykgKa%2BT8gdf3QBk8xqQxNjDbJzXdpBj5rSU4p3c429LA%40mail.gmail.com.

Buljit Buragohain

unread,
Mar 23, 2024, 7:20:30 AM3/23/24
to XOBDO groups
ভাল খবৰ৷ Press release এটা দিয়ক৷

Reply all
Reply to author
Forward
0 new messages