অসমীয়া নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ তালিকা

2,421 views
Skip to first unread message

jahnobi kalita

unread,
Mar 28, 2011, 7:42:29 AM3/28/11
to xo...@googlegroups.com
অসমীয়া ভাষাত ব্যৱহৃত নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ এখন তালিকা মই শব্দৰ বাবে পঠাইছোঁ।
ই সম্পূৰ্ণ নবহও পাৰে, গতিকে সংযোগ বা বিয়োগ কৰিবলৈ বাকী ৰৈ য়োৱা
প্ৰত্যয় থাকিলে সদস্যসকলক মনত পেলাই দিবলৈ অনুৰোধ জনোৱা হ'ল।
--
Jahnobi kalita
ldc-il(linguistic data consortium for indian languages)
ciil,Mysore
karanataka.
ASSAMESE CLASSIFIERS TABLE.docx

Navanath Saharia

unread,
Mar 29, 2011, 2:04:09 AM3/29/11
to xo...@googlegroups.com
ধন্যবাদ জাহ্নৱী .. মই আৰু কেইটামান নিৰ্দিষ্টতাবাচক প্ৰত্যয় যোগ কৰিছোঁ । বেচিভাগ ক্ষুদ্ৰাৰ্থতাবাচক প্ৰত্যয়।
উৎস - অসমীয়া ভাষাৰ ব্যাকৰণ (ডঃ উপেন্দ্ৰ নাথ গোস্বামী) 

ক্ৰমিক নং - প্ৰত্যয় - উদাহৰণ
১) থোপা - ফুলথোপা
২) টি - সাতোটি, লৰাটি
৩) চিলিম - ভাংচিলিম
৪) চমকা - মেঘচমকা
৫) টাঁৰি - চুলিটাঁৰি
৬) পালি - দৰৱপালি
৭) লদা - গোৱৰলদা
৮) সূত - বেতসূত
৯)
যুৰি - চকুযুৰি
১০)
ঘটি - পানীঘটি
১১) ভাগি - পূজাভাগি
১২) সাজ - কাপোৰসাজ
১৩) হালি - শালিকাহালি
১৪) ষাৰি - মাতষাৰি
১৫) মুঠি - চাউলমুঠি
১৬) ফাকি - কবিতাফাকি
১৭) ধাৰি - মালাধাৰি
১৮) গাল - ভাতগাল
১৯) ঘৰ - মানুহঘৰ
২০) চকল - আমচকল
২১) কঠা -
চাউলকঠা
২২) কাচলি - ৰদকাচলি
২৩) জনা - ৰজাজনা, গাভৰুজনা
২৪) ছোৱা - সময়ছোৱা
২৫)
ফেৰি - কামফেৰি
২৬)
বাচক - ক্ষুদ্ৰাৰ্থতাবাচক
 

ইতি 

নৱনাথ চহৰীয়া




2011/3/28 jahnobi kalita <jiu.j...@gmail.com>

--
আপুনি এই ই-পত্ৰ গুগ'ল দল "শব্দ সংঘ - XOBDO.ORG"- নামভৰ্তি কৰাৰ কাৰণে পাইছে৷ এই দললৈ চিঠি পঠিয়াবলৈ xo...@googlegroups.com লৈ ই-পত্ৰ পঠিয়াওক৷ এই দলৰ পৰা বাহিৰ হবলৈ xobdo-un...@googlegroups.com লৈ ই-পত্ৰ প্ৰেৰণ কৰক৷ অন্য বিষয়ে দলৰ আন্ত:জাল http://groups.google.com/group/xobdo?hl=as লৈ আহঁক৷



--
Navanath Saharia
Research Scholar
Natural Language Processing Lab
Department of Computer Science & Engineering
Tezpur University, Napaam, India - 784028


http://www.tezu.ernet.in/~nlp/nava.htm


-----------------------------------------------------------------------------------------
The word "Belief" is the most unbelievable word in the world

XOBDO Team

unread,
Mar 29, 2011, 2:32:04 AM3/29/11
to xo...@googlegroups.com, Navanath Saharia, jahnobi kalita
নৱ, জাহ্নৱী আৰু আন সদস্যসকল,
মই এনেবোৰ তথ্যৰে learn.xobdo.org-ত ব্যাকৰণৰ শিতান এটা খুলিব বিচাৰিছো৷
আপোনালোকৰ অনুমতি লৈ মই এই তথ্য সেই জালস্থানত উঠাই দিওঁনে?
-বিক্ৰম

2011/3/29 Navanath Saharia <navanat...@gmail.com>



--
Bikram M. Baruah
for XOBDO.ORG
বিক্ৰম ম বৰুৱা
শব্দ.সংঘ
Blogs:
http://bikram98.blogspot.com/
http://bikram.bihu.in/

Anjal Borah

unread,
Mar 29, 2011, 2:36:44 AM3/29/11
to xo...@googlegroups.com, XOBDO Team, Navanath Saharia, jahnobi kalita
বিক্ৰমদা,
 
মোৰ মুখৰ কথা এষাৰ ক'লে৷ মইও ভাবিছিলোঁ ক'ৰবাত আমাৰ ব্যাকৰণৰ সৰু-বৰ কথাবোৰ লিখি ৰাখিব পাৰিলে কেতিয়াবা চাবলৈ সুবিধা হয়৷ আপুনি learn.xobdo.org-ত ব্যাকৰণৰ শিতান এটা খুলিলে ভাল হ'ব৷ ব্যাকৰণৰ সকলো দিশ একেলগে ৰাখিব পৰা হ'ব৷
 
ধন্যবাদ,
অঞ্জল

2011/3/29 XOBDO Team <ad...@xobdo.org>



--
........................................................
Anjal Borah
Kamdewal, Sonitpur, Assam-784169
Webdunia.com (I) Pvt. Ltd, Indore, M.P
call- 09827447019

Arunjyoti Das

unread,
Mar 29, 2011, 5:40:16 AM3/29/11
to xo...@googlegroups.com
শিতানটৌ খুলিলে খুবেই ভাল হ'ৱ ।


অৰুণজ্যোতি

2011/3/29 Anjal Borah <anjal...@gmail.com>

jahnobi kalita

unread,
Mar 29, 2011, 6:20:44 AM3/29/11
to xo...@googlegroups.com
বিক্ৰমদা,
এনে এটা ভাল সিদ্ধান্ত....আপুনি অনুমতি লোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে। বিৰাট ভাল হব।

অভিনন্দন জনালোঁ।

জাহ্নৱী

>>>>> আপুনি এই ই-পত্ৰ গুগ'ল দল "শব্দ সংঘ - XOBDO.ORG <http://xobdo.org/>"-


>>>>> নামভৰ্তি কৰাৰ কাৰণে পাইছে৷ এই দললৈ চিঠি পঠিয়াবলৈ

>>>>> xo...@googlegroups.comলৈ ই-পত্ৰ পঠিয়াওক৷ এই দলৰ পৰা বাহিৰ হবলৈ


>>>>> xobdo-un...@googlegroups.com লৈ ই-পত্ৰ প্ৰেৰণ কৰক৷ অন্য বিষয়ে দলৰ
>>>>> আন্ত:জাল http://groups.google.com/group/xobdo?hl=as লৈ আহঁক৷
>>>>>
>>>>
>>>>
>>>>
>>>> --
>>>> Navanath Saharia
>>>> Research Scholar
>>>> Natural Language Processing Lab
>>>> Department of Computer Science & Engineering
>>>> Tezpur University, Napaam, India - 784028
>>>>
>>>>
>>>> http://www.tezu.ernet.in/~nlp/nava.htm
>>>>
>>>>
>>>>
>>>> -----------------------------------------------------------------------------------------
>>>> The word "Belief" is the most unbelievable word in the world
>>>>
>>>> --

>>>> আপুনি এই ই-পত্ৰ গুগ'ল দল "শব্দ সংঘ - XOBDO.ORG <http://xobdo.org/>"-


>>>> নামভৰ্তি কৰাৰ কাৰণে পাইছে৷ এই দললৈ চিঠি পঠিয়াবলৈ

>>>> xo...@googlegroups.comলৈ ই-পত্ৰ পঠিয়াওক৷ এই দলৰ পৰা বাহিৰ হবলৈ


>>>> xobdo-un...@googlegroups.com লৈ ই-পত্ৰ প্ৰেৰণ কৰক৷ অন্য বিষয়ে দলৰ
>>>> আন্ত:জাল http://groups.google.com/group/xobdo?hl=as লৈ আহঁক৷
>>>>
>>>
>>>
>>>
>>> --
>>> Bikram M. Baruah

>>> for XOBDO.ORG <http://xobdo.org/>


>>> বিক্ৰম ম বৰুৱা
>>> শব্দ.সংঘ
>>> Blogs:
>>> http://bikram98.blogspot.com/
>>> http://bikram.bihu.in/
>>>
>>> --

>>> আপুনি এই ই-পত্ৰ গুগ'ল দল "শব্দ সংঘ - XOBDO.ORG <http://xobdo.org/>"-


>>> নামভৰ্তি কৰাৰ কাৰণে পাইছে৷ এই দললৈ চিঠি পঠিয়াবলৈ xo...@googlegroups.comলৈ

>>> ই-পত্ৰ পঠিয়াওক৷ এই দলৰ পৰা বাহিৰ হবলৈ
>>> xobdo-un...@googlegroups.com লৈ ই-পত্ৰ প্ৰেৰণ কৰক৷ অন্য বিষয়ে দলৰ
>>> আন্ত:জাল http://groups.google.com/group/xobdo?hl=as লৈ আহঁক৷
>>>
>>
>>
>>
>> --
>> ........................................................
>> Anjal Borah
>> Kamdewal, Sonitpur, Assam-784169
>> Webdunia.com (I) Pvt. Ltd, Indore, M.P
>> call- 09827447019
>> My Assamese Blogs-
>> http://anjalborah.blogspot.com/
>> http://anjal.bihu.in/
>>
>> --
>> আপুনি এই ই-পত্ৰ গুগ'ল দল "শব্দ সংঘ - XOBDO.ORG"- নামভৰ্তি কৰাৰ কাৰণে
>> পাইছে৷ এই দললৈ চিঠি পঠিয়াবলৈ xo...@googlegroups.com লৈ ই-পত্ৰ পঠিয়াওক৷ এই
>> দলৰ পৰা বাহিৰ হবলৈ xobdo-un...@googlegroups.com লৈ ই-পত্ৰ প্ৰেৰণ
>> কৰক৷ অন্য বিষয়ে দলৰ আন্ত:জাল http://groups.google.com/group/xobdo?hl=as লৈ
>> আহঁক৷
>>
>

jahnobi kalita

unread,
Mar 29, 2011, 6:35:40 AM3/29/11
to xo...@googlegroups.com
নৱ, ধন্যবাদ!
এনেদৰে চালে আৰু পোৱা যাব, যিবোৰ আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি
থাকো। বিক্ৰমদাই এটা ভাল পদক্ষেপ লৈছে নহয়নে!!

জাহ্নৱী

XOBDO Team

unread,
Mar 29, 2011, 6:54:03 AM3/29/11
to xo...@googlegroups.com, Navanath Saharia, jahnobi kalita, anjal borah, Arunjyoti Das
OK, মই ইতিমধ্যে তালিকাখন উঠাই দিলো৷ নৱই দিয়া তালিকাখন এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই৷
http://learn.xobdo.org/index.php?option=com_content&view=category&id=5&Itemid=10

নৱ, অঞ্জল, জাহ্ণৱী আৰু অৰুণ,
তোমালোকে তথ্য সংগ্ৰহ কৰি দিয়াত সহায় কৰি দিবা বুলি আশা কৰিলো৷

অঞ্জল,
তোমাৰ ইতিমধ্যে ণত্ববিধি ষত্ব বিধিবোৰ আছে যেন লাগিছে৷ চন্দ্ৰবিন্দুৰ নিয়মসমূহো আছে যেন মনত পৰিছে৷ পটঠিয়ায় দিলে মই learn.xobdo.org-ত উঠাই দিম৷
কোনোবাই joomla যদি জানে মোক সেইবোৰ উঠাই দিয়াত মানে আপল’ড কৰাত সহায় কৰি দিলে ভাল পাম৷

বিক্ৰম

Anjal Borah

unread,
Mar 29, 2011, 7:12:50 AM3/29/11
to XOBDO Team, xo...@googlegroups.com
বিক্ৰমদা,
 
বৰ্তমান চন্দ্ৰবিন্দুৰ ফাইলটো দিছোঁ৷ লাহে লাহে বাকিবোৰ দি থাকিম৷ এইখন এখন অনলাইন ব্যাকৰণ হিচাপেই কৰিব লাগিব৷ মাথো ক'ৰ পৰা লোৱা হৈছে সেইটো উল্লেখ কৰিব৷
 
ধন্যবাদ,
অঞ্জল

2011/3/29 XOBDO Team <ad...@xobdo.org>
OK, মই ইতিমধ্যে তালিকাখন উঠাই দিলো৷ নৱই দিয়া তালিকাখন এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই৷
Chandrabindu.doc

jahnobi kalita

unread,
Mar 29, 2011, 7:32:29 AM3/29/11
to xo...@googlegroups.com
নিশ্চয়! বিক্ৰমদা,
কেনেকুৱা ধৰণৰ তথ্য জৰুৰী আপুনিও আমাক কৈ সহায় কৰিব বুলি আশা কৰিলোঁ।

জাহ্নৱী

Bikram M. Baruah বিক্ৰম ম. বৰুৱা

unread,
Apr 1, 2011, 2:55:37 PM4/1/11
to xo...@googlegroups.com, jahnobi kalita, Navanath Saharia, anjal borah
অঞ্জল, নৱ, জাহ্নৱী,
মই তোমালোক তিনিজনৰ নাম এনেধৰণে দি দিছো ---
http://learn.xobdo.org/index.php?option=com_content&view=article&id=5:credit&catid=1:gen&Itemid=4

শব্দৰ ব্যাকৰণৰ এই অংশ তৈয়াৰ কৰাৰ গুৰু দ্বায়িত্ব তোমালোক তিনিও একাগ্ৰতাৰে ল’বা বুলি আশা কৰিলো৷ মই পটভূমিত সদায়েই থাকিম৷

বিক্ৰম


Anjal Borah

unread,
Apr 4, 2011, 1:16:54 AM4/4/11
to bik...@xobdo.org, xo...@googlegroups.com, jahnobi kalita, Navanath Saharia
ধন্যবাদ বিক্ৰমদা, এখন সম্পূৰ্ণ ব্যাকৰণ গঢ়ি তৈয়াৰ কৰাত মই সহায় কৰিম৷
 
অঞ্জল

2011/4/2 Bikram M. Baruah বিক্ৰম ম. বৰুৱা <bik...@xobdo.org>
Reply all
Reply to author
Forward
0 new messages