ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘কেৰিয়াৰ হাতপুথি’ৰ বনলতা তৃতীয় সংস্কৰণ ( ডিচেম্বৰ, ২০২৪) প্রকাশ পালে।

0 views
Skip to first unread message

Buljit Buragohain

unread,
Dec 3, 2024, 12:12:48 AM12/3/24
to supportac...@googlegroups.com

সন্মানীয় সদস্যসকল,

নমস্কাৰ গ্রহণ কৰিব। মোৰ নাম বুলজিৎ বুঢ়াগোহাঁই (Buljit Buragohain)। এখন কিতাপৰ বিষয়ে আপোনালোকক অৱগত কৰিব বিচাৰিছো। কিতাপখনৰ নাম হ’ল কেৰিয়াৰ হাতপুথি (https://www.youtube.com/watch?v=OugwkKA4gDA)। এই হাতপুথিখনৰ প্ৰকাশক হ’ল- প্রদ্যুৎ হাজৰিকা,বনলতা, নতুন বজাৰ, ডিব্ৰুগড় – ১,শাখা:পাণবজাৰ, গুৱাহাটী- ১;নিউ বালিবাট, যোৰহাট;অ'ল্ড টেক্সি ষ্টেণ্ড, ক'ৰ্ট তিনিআলি, লখিমপুৰ। বনলতা সংস্কৰণঃ জুন, ২০২৩,দ্বিতীয় সংস্কৰণ: এপ্রিল, ২০২৪, তৃতীয় সংস্কৰণ: ডিচেম্বৰ, ২০২৪; ISBN: 978-93-5849-921-6 , বেটুপাতৰ শিল্পী হ’ল সুমন দাস, অংগসজ্জা কৰিছে অসীম চুতীয়াই , কেৰিয়াৰ হাতপুথিখনত মুঠ ৫০৯ পৃষ্ঠা আছে আৰু ইয়াৰ মূল্য ৩৫০ টকা। এই কিতাপখন হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কোনটো শাখাত কি কি বিষয় অন্তৰ্ভূক্ত হৈ আছে তথা সেইবোৰ বিষয় অধ্যয়ন কৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব , সেই সম্পৰ্কে শিক্ষার্থীসকলে এক সম্যক ধাৰণা লাভ কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি প্রকাশ কৰা হৈছে। এই কিতাপখন আপোনালোকে শিক্ষার্থীসকলক উপহাৰ হিচাপে দিবৰ বাবে বিবেচনা কৰিব পাৰে ।

 

ধন্যবাদ ।

বুলজিৎ বুঢ়াগোহাঁই

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: bul...@gmail.com

www.buljit.com

 

XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX 

ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘কেৰিয়াৰ হাতপুথিৰ' সংশোধিত আৰু পৰিবৰ্ধিত সংস্কৰণ প্রকাশ পালে। এই হাতপুথিখনৰ প্ৰকাশক হ’ল- প্রদ্যুৎ হাজৰিকা,বনলতা, নতুন বজাৰ, ডিব্ৰুগড় – ১,শাখা:পাণবজাৰ, গুৱাহাটী- ১;নিউ বালিবাট, যোৰহাট;অ'ল্ড টেক্সি ষ্টেণ্ড, ক'ৰ্ট তিনিআলি, লখিমপুৰ। বনলতা সংস্কৰণঃ জুন, ২০২৩,দ্বিতীয় সংস্কৰণ: এপ্রিল, ২০২৪, তৃতীয় সংস্কৰণ: ডিচেম্বৰ, ২০২৪; ISBN: 978-93-5849-921-6 , বেটুপাতৰ শিল্পী হ’ল সুমন দাস, অংগসজ্জা কৰিছে অসীম চুতীয়াই , কেৰিয়াৰ হাতপুথিখনত মুঠ ৫০৯ পৃষ্ঠা আছে আৰু ইয়াৰ মূল্য ৩৫০ টকা।

কেৰিয়াৰ হাতপুথিত থকা লেখাবোৰ হ’ল -স্বনিয়োজন নে চাকৰি ? দশম আৰু দ্বাদশ শ্রেণী উত্তীৰ্ণ হোৱাৰ পিছত কি কি বিষয়ত অধ্যয়ন কৰিব পাৰি ? অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়বোৰত থকা স্নাতকোত্তৰ পাঠ্যক্রমবোৰ ,কেন্দ্রীয় লোকসেৱা আয়োগৰ বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাসমূহ ,ষ্টাফ ছিলেকচন কমিছনৰ বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাসমূহ, সৰ্বভাৰতীয় পৰ্যায়ৰ প্রতিযোগিতামূলক পৰীক্ষাত অসমৰ ছাত্র-ছাত্রীৰ উত্তীৰ্ণ হাৰ কেনেকৈ বাঢ়িব ?ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয় (Indira Gandhi National Open University),কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (Krishna Kanta Handiqui State Open University),অসমত ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্রম ,ৰাষ্ট্রীয় যোগ্যতা বাচনি (National Eligibility Test),বিজ্ঞাপন (Advertising) ,বেংক প্রবেশ্যনেৰী অফিচাৰ (Bank Probationary Officer),বন্দৰ আৰু জাহাজ পৰিচালনা (Port and Shipping Management),ৰাষ্ট্রীয় ইলেক্ট’নিকচ্ আৰু তথ্য প্রযুক্তি প্রতিষ্ঠান (National Institute of Electronics & Information Technology),ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান ( Indian Institutes of Science Education and Research),অভিনয় (Acting),ভাৰতীয় পুনৰ্সংস্থাপন পৰিষদ (Rehabilitation Council of India)ৰ অনুমোদিত পাঠ্যক্ৰম,ড°ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰতিষ্ঠান(Dr. Bhupen Hazarika Regional Government Film & Television Institute),ভাৰতীয় সেনা (Indian Army)ত কেনেকৈ যোগদান কৰিব পাৰি ? ভাৰতীয় নৌসেনা (Indian Navy) ত কেনেকৈ যোগদান কৰিব পাৰি ?ভাৰতীয় বায়ু সেনা (Indian Air Force)ত কেনেকৈ যোগদান কৰিব পাৰি ?ভাৰতীয় ৰে’লৱে(Indian Railways)ত কেনেকৈ যোগদান কৰিব পাৰি ?ভাৰতত কেনেকৈ জ্যোতিৰ্বিজ্ঞানী (Astronomer) হ'ব পাৰি?ISROত কেনেকৈ যোগদান কৰিব পাৰি ?মাৰ্চেণ্ট নেভি (Merchant Navy),RAW ত কেনেকৈ যোগদান কৰিব পাৰি ?বি. এড. (B.Ed.) ডিগ্রী লাভ কৰাৰ পিছত কেৰিয়াৰৰ সুযোগ ,ভাৰতত পিএইচডি (PhD) অধ্যয়নৰ সুবিধা ,বিদেশত অধ্যয়নৰ বাবে আগ্রহী শিক্ষাৰ্থীসকলে কেনেদৰে প্রস্তুতি চলাব,গণিত শাস্ত্ৰ (Mathematics),পৰিসংখ্যা বিজ্ঞান (Statistics),চাৰ্টাৰ্ড একাউণ্টেন্সি (Chartered Accountancy), কোম্পানী চেক্ৰেটাৰী (Company Secretary) ,ভূতত্ত্ব (Geology), ফৰেনছিক ছায়েন্স (Forensic Science) ,সমুদ্র বিজ্ঞান (Oceanography),পৰিৱেশ বিজ্ঞান (Environmental Science),কৃষি বিজ্ঞান (Agricultural Science),আৰ্কিটেকচাৰ ( Architecture),ছুগাৰ টেকন’লজী (Sugar Technology),ছাউণ্ড ইঞ্জিনীয়াৰিং (Sound Engineering),বায়'মেডিকেল ইঞ্জিনিয়াৰিং (Bio-medical Engineering),ইলেকট্রিচিয়ান (Electrician) ,প্লাষ্টিক টেকন’লজী (Plastic Technology) ,পেকেজিং টেকন’লজী (Packaging Technology),প্রিণ্টিং টেকন’লজী (Printing Technology) ,ডেইৰী টেকন’লজী (Dairy Technology),খাদ্য প্রযুক্তি (Food Technology),কৃষি অভিযান্ত্ৰিক (Agricultural Engineering),অটোমোবাইল ইঞ্জিনিয়াৰিং (Automobile Engineering) ,নাৰ্ছিং (Nursing),অপ্টোমেট্রি (Optometry) ,চিকিৎসা বিজ্ঞান (Medical Sciences),ফাৰ্মাচী (Pharmacy) ,পেৰামেডিকেল পাঠ্যক্রম (Para-Medical Courses),মেডিকেল লেবৰেটৰী টেকন’লজি (Medical Laboratory Technology),ফিজিঅ'থেৰাপি (Physiotherapy),পশু চিকিৎসা বিজ্ঞান (Veterinary Science) ,কমিনিউটি ছায়েন্স (Community Science) ,ৰেচমবিদ্যা (Sericulture) ,বৃত্তিমূলক শিক্ষা (Vocational Education),লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স (Library and Information Science),আকাশবাণীৰ লগত জড়িত বিভিন্ন পদ ,স্পৰ্টছ মেনেজমেণ্ট (Sports Management),টী মেনেজমেণ্ট (Tea Management),বনাঞ্চল পৰিচালনা (Forest Management),চিকিৎসালয় পৰিচালনা আৰু প্ৰশাসন (Hospital Management and Administration),হোটেল মেনেজমেণ্ট (Hotel Management), অগ্নি অভিযান্ত্ৰিক আৰু নিৰাপত্তা ব্যৱস্থাপনা (Fire engineering & Safety Management),গণসংযোগ আৰু সাংবাদিকতা ,আইন (Law),অসমীয়া ভাষা (Assamese Language),ইংৰাজী ভাষা(English Language) ,বিদেশী ভাষা ( Foreign Languages),ফাইন আৰ্টছ (Fine Arts) ,ছ'চিয়েল ৱৰ্ক (Social Work),খেলা-ধূলা (Sports),দুঃসাহসিক খেল বা এডভেঞ্চাৰ স্পৰ্টচ (Adventure Sports ),ইলেকট্র’নিক মাধ্যম(Electronic media) ৰ লগত জড়িত কেৰিয়াৰ ,ডি টি পি অপাৰেটৰ আৰু গ্রাফিক ডিজাইনাৰ (DTP and Graphic Designer),গ্রন্থ(Book)ৰ জৰিয়তে কেৰিয়াৰ,ইঞ্চুৰেন্স এজেণ্ট (Insurance Agent),টিকেট এজেণ্ট (Ticket Agent),মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) ,ৰেডিঅ' জ'কি (Radio Jockey) ,ম’বাইল ফোন ৰিপেয়াৰিং (Mobile Phone Repairing),গ্রাফোলজি (Graphology) ,মিউজিঅ’লজী (Museology),বিমান সেৱিকা (Air Hostess),জুৱেলাৰী ডিজাইনিং (Jewellery Designing),ফুটৱেৰ ডিজাইনিং (Footwear Designing),এনিমেশ্যন (Animation) ,কমাৰ্চিয়েল পাইলট (Commercial Pilot),ৰঙালী বিহুৰ লগত জড়িত কেৰিয়াৰ (Career involved with Rongali Bihu),ফেশ্বন ডিজাইনিং (Fashion Designing),বিউটিচিয়ান (Beautician),অডিঅ'লজি আৰু স্পিচ থেৰাপী (Audiology and Speech Therapy),ইণ্টেৰিয়ৰ ডিজাইনিং (Interior Designing),মডেলিং (Modeling),ভ্ৰমণ আৰু পৰ্যটন (Travel and Tourism),মেনেজমেণ্ট (Management) পাঠ্যক্রম,ফটোগ্রাফী (Photography), অভিলেখাগাৰ (Archives) লগত জড়িত কেৰিয়াৰ ,ডায়েটিচিয়ান (Dietician), ক্লিনিকেল চাইক’ল’জি (Clinical Psychology),লিবাৰেল আৰ্টছ (Liberal Arts),ভূগোল (Geography ),বায়োটেকন’লজি (Biotechnology),বতৰ বিজ্ঞান (Meteorology) ,নৃতত্ব (Anthropology),মীন বিজ্ঞান (Fishery Science),এয়াৰ ট্ৰেফিক কন্ট্ৰ’লাৰ(Air Traffic Controller ) ,ডিজিটেল মাৰ্কেটিং (Digital Marketing), ইথিকেল হেকিং (Ethical Hacking),এপ ডেভেলপমেন্ট (App Development),এংকৰ (Anchor) ,ফেশ্বন সাংবাদিক (Fashion Journalist), ভ্ৰমণ কাহিনী লেখক (Travel story writer), চেফ (Chef),ৰাজনীতিবিদ (Politicians) ,মনোবিজ্ঞান (Psychology), ক্ৰীড়া মনোবিজ্ঞানী( Sports Psychologist),সঙ্গীত (Music),ডান্স থেৰাপিষ্ট (Dance Therapist),পৰিৱেশ্য কলা (Performing Arts),যোগ প্ৰশিক্ষক (Yoga Instructor),কেৰিয়াৰক কেনেকৈ শ্ৰেণীভুক্ত কৰিব পাৰি ?কেইটামান আকর্ষণীয় কেৰিয়াৰৰ বিষয়ে,বায়’ডাটা(Bio-data) আৰু গ্রুপ ডিস্কাচন (Group Discussion) । কেৰিয়াৰ হাতপুথিখনৰ শেষত Competition Examination/Job/Scholarship ,Central Universities/ AIIMS/ IIITS/ IISERS/ IITS etc. আৰু Educational Institutions of Assam ৰ ৱেবছাইটৰ ঠিকনা সন্নিবিষ্ট কৰা হৈছে ।

Online link to buy the book : https://www.amazon.in/dp/B0C8Z8S84C?ref_=cm_sw_r_apan_dp_HYR6WN4X9YQTXVN3V7HA&language=en-IN#customerReviews

বি.দ্র. : কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ড° বুলজিৎ বুঢ়াগোহাঁইক ফোন(9435188630)ত যোগাযোগ কৰিব পাৰে ।

 

Website : www.buljit.com

FACEBOOK PAGE : https://www.facebook.com/pages/Dr-Buljit-Buragohain

Youtube link : https://www.youtube.com/user/Buljit/videos

 

Dr. Buljit Buragohain

Mobile No : +91-9435188630

E-mail : bul...@gmail.com

Website : www.buljit.com

 

Reply all
Reply to author
Forward
0 new messages